September 24, 2026 12:38 PM

views 16

জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমসহ উত্তৰ-পূৰ্বাঞ্চলতো ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। এনে এখন আঁচনিৰ ভিতৰত ২০১৬ চনৰ ১৬ জানুৱ...

September 7, 2026 2:24 PM

views 23

কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বদোদাত ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ২০,৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিড'ৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে নিউ সানন্দ (উত্তৰ), নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জে এন পি টি মুম্বাইৰ পৰা মালবাহী ৰে'ল সেৱাও মুকলি কৰিব। তেওঁ লগতে বদোদৰা আৰু টাণ্ডা ...

July 17, 2026 12:36 PM

views 36

বিয়লি ৩.৩০ বজাত অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩.৩০ বজাত পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰে'ল আৰু খাদ্য প্ৰ-সংস্কৰণ উদ্যোগ ৰাজ্য মন্ত্ৰী ৰৱনীট সিং আৰু সাংসদ দিলীপ শ‍ইকীয়...

July 10, 2026 7:13 PM

views 25

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে আজি মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন কৰে। এই ভ্রমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কত ক্রীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্রিকেট-ভিত্তিক সহযোগিত, ক্রীড়া আন্তঃগাঁথনি, খেলুৱৈৰ বিকাশ, জ্ঞানৰ আদান-প্রদান, আই পি এল- বি বি এল, অংশীদাৰিত্ব আৰু ২০৩২ চনত হ'বলগীয়া ৱিছবেন অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক ক্রীড়া মহোৎসৱৰ আয়োজনৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱসহ গুৰুত্বপূৰ্ণ...

July 4, 2026 8:39 PM

views 25

ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহ ৰাজ্যখনৰ আন্তঃগাঁথনি, শক্তি, পৰিবহণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দিনজোৰা ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টার্মিনেল ভৱনটো ৪৮০ কোটি টকা ব্যয়ৰে বছৰি ২০ লাখ যাত্রী অহা-যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে । যাত্ৰীসকলক অসুবিধা নোহোৱাকৈ আৰামদ...

July 4, 2026 8:33 PM

views 26

ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত প্রধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্রহ্লাদ যোশীয়ে লিখা এটা প্রবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয়, যে অংশীদাৰসকলৰ সৈতে বিশদ আলোচনা কৰাৰ পাছত ই-জাগৃতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল সংস্কাৰ ব্যৱস্থাৰ অধীনত গ্ৰাহকসকলৰ ন্যায় প্ৰদানৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ই-জাগৃতি মঞ্চ সন্দৰ্ভত লিখা এটা প্ৰবন্ধত শ্...

July 4, 2026 8:19 PM

views 26

গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি প্রধানমন্ত্রী মোদীৰ

ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত ৭ হাজাৰ ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধা দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পাছত এই প্ৰকল্পটোৰ বছৰি ৫ বিলিয়ন অর্ধপৰিবাহী চিপ উৎপাদনৰ ক্ষমতা থাকিব।

July 4, 2026 6:57 PM

views 21

যোধপুৰৰ পৰা সংশোধিত উড়ান আঁচনি মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৰাজস্থানত যোধপুৰ বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টার্মিনেল ভৱনটো ৪৮০ কোটি টকা ব্যয়ৰে বছৰি ২০ লাখ যাত্রী অহা-যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। যাত্ৰীসকলক অসুবিধাৰহিত আৰু আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত কৰি তোলা হৈছে। ভৱনটো উদ্বোধনৰ ফলত অঞ্চলটোত পৰ্য্যটন, বাণিজ্য আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। প্রধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে। দেশৰ অ-সাম...

July 2, 2026 8:27 PM

views 33

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছেঃ প্ৰধানমন্ত্ৰী

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-জাপান যুটীয়া অর্থনৈতিক মঞ্চত ভাষণ দি শ্রী মোদীয়ে কয়, যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হ'লে সমগ্র বিশ্বই ইয়াৰ পৰা উপকৃত হয়। তেওঁ কয়, যে দুয়ো পক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে অর্থনৈতিক সু...

June 15, 2026 2:15 PM

views 30

দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছেঃ প্ৰধানমন্ত্ৰী

দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু এন ডি এ চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে বিগত দশকটোত প্ৰশাসনৰ কাম-কাজ সাধাৰণ লোকৰ জীৱনৰ মান উন্নত কৰাৰ দিশত কেন্দ্ৰীভূত হৈছে। তেওঁ কয়, যে কয় যে চৰকাৰে জনসাধাৰণক সহজে সুযোগ-সুবিধা প্ৰদান কৰাৰ লগতে উন্নত আন্তঃগাঁথনি, সুলভ জনসেৱা, ব্যয়সাধ্য চিকিৎসা সেৱা, গুণগত মানসম্পন্ন শিক্ষা, পৰিচ্ছন্ন মহানগ...