October 13, 2026 2:46 PM
9
কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছেঃ প্রধানমন্ত্ৰী মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছে। নতুন দিল্লীত অনুষ্ঠিত ব্লুমবার্গ নিউ ইকনমি ফ'ৰামত ভাষণ দি মোদীয়ে কয় যে ভাৰতৰ অগ্ৰগতি সমগ্ৰিক বিকাশ আৰু ভাগ-বতৰা কৰা সুযোগৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কয়, ক্ষমতা কেৱল আগবাঢ়ি যোৱাৰ সামৰ্থই নহয়, ই আনক শক্তিশালী কৰাৰো সামৰ্থ্য আছে। তেওঁ কয় যে বর্তমান যুগত ডিজিটেল শক্তি এই ৰূপান্তৰৰ অন্যতম মূল চালিকা হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াত উল্লেখযোগ্য ভূমিকা পালন...