September 4, 2026 12:09 PM
4
কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো মন্ত্রী কেশৱ মহন্তৰ পর্যালোচনা
ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, সাধাৰণ প্রশাসন আদি বিভাগৰ মন্ত্রী কেশৱ মহন্তই কালি কলিয়াবৰৰ পৰা নুমলীগড়লৈ নির্মাণ হ'ব লগা কাজিৰঙা এলিভেটেড কৰিডৰৰ নিৰ্মাণকাৰ্যৰ সৈতে জড়িত বিভিন্ন প্রক্রিয়া আৰু প্ৰস্তুতিমূলক কাম-কাজৰ অগ্রগতি সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰে। কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত তেওঁ লগতে কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো পর্যালোচনা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সৃষ্টি হোৱা ভগা অংশ আৰু গাঁতসমূহ শীঘ্রেই মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট...