July 15, 2026 12:51 PM
27
তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ইংলেণ্ডক ৬ উইকেটত পৰাস্ত
ভাৰতে যোৱানিশা বার্মিংহামৰ এজ্জবাষ্টনত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ঘৰুৱা দলটোৱে ৪৮ সংখ্যক অভাৰত ২৫৮ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ইংলেণ্ডৰ জ' ৰুটে সৰ্বাধিক ৭৬ ৰান সংগ্ৰহ কৰি আউট নোহোৱাকৈ থকাৰ বিপৰীতে লিয়াম ডাউছনে ৬৮ ৰাণৰ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়ায়। ভাৰতৰ হৈ অক্ষৰ পেটেলে ৪টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৪৬ সংখ্যক অভাৰত ৪ উইকেটৰ বিনিময়ত সহজে বিজয় লক্ষ্য অতিক্ৰম ...