June 27, 2026 10:23 PM
19
বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰঃ উপ-ৰাষ্ট্ৰপতি
উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কয়, যে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। আজি নতুন দিল্লীত ২০২৬ বৰ্ষৰ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস - উদ্যমী ভাৰত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ভাৰতত অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ খণ্ডটোৱে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ সাহস আৰু উদ্যোগী মনোভাৱক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে এই খণ্ডটোৱে দেশৰ মূঠ ৰপ্তানীৰ ৫০ শতাংশ বৰঙণি আগবঢ়ায়। ২০৪৭ চনৰ ভিতৰত ভাৰতক ...