October 10, 2026 4:55 PM
6
ৰাষ্ট্ৰসংঘত জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানক তীব্র সমালোচনা ভাৰতৰ
ভাৰতে ৰাষ্ট্ৰসংঘত জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানক ভৎসনা কৰিছে। ভাৰতে লগতে জম্মু-কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ আৰু সদায় অবিচ্ছেদ্য অংগ হৈ থাকিব বুলি স্পষ্ট কৰি দিছে। নিউয়কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ চতুৰ্থ সমিতিত ঔপনিৱেশিক শাসনৰ পৰা মুক্তি বিষয়ক আলোচনাৰ সময়ত উত্তৰ জনোৱাৰ অধিকাৰ প্ৰয়োগ কৰি ভাৰতে আজি এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে সামাজিক মাধ্যমযোগে প্রকাশ কৰা মতে সাংসদ মহিমা কুমাৰী মেৱাড়ে জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানে বাৰে বাৰে ৰাষ্ট...