September 12, 2026 4:32 PM
16
নতুন দিল্লীত আজিৰে পৰা অষ্টাদশ ব্ৰীকচ সন্মিলন অনুষ্ঠিত
নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰৱ, দক্ষিণ আফ্রিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইকে ধৰি ১১খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত ব্ৰিছৰ সদস্যৰাষ্ট্ৰসমূহৰ নেতাসকলে সু-শাসন, বাণিজ্য আৰু বিনিয়োগ, প্রযুক্...