ৰাষ্ট্ৰীয়

July 26, 2025 8:54 PM

views 25

দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তামিলনাডু ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাড়ুলৈ যাব। ব্ৰিটেইন আৰু মালদ্বীপৰ ভ্ৰমণ সামৰি শ্রীমোদী পোনে পোনে তামিলনাডুৰ তুতিকুৰিণত উপস্থিত হ'ব। তুতিকুৰিণত আজি নিশা তেওঁ ৪ হাজাৰ ৮০০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে তেওঁ তুতিকুৰিণ বিম...

July 26, 2025 8:51 PM

views 30

মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। দেশখনৰ ৰাজধানী মলত আয়োজন কৰা স্বাধীনতা দিৱস অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশখনৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুজোক দেশখনৰ সামৰিক বাহিনীয়ে ২১ জাই গুলী ফুটোৱাৰ লগতে গার্...

July 26, 2025 10:35 AM

views 49

পৰীক্ষাত আপত্তিজনক সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় লোকসেৱা আয়োগে এগৰাকী প্ৰাৰ্থীক তিনিবছৰৰ বাবে সকলো ধৰণৰ পৰীক্ষা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বহিষ্কাৰ কৰিছে

শেহতীয়া পৰীক্ষাত আপত্তিজনক সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় লোকসেৱা আয়োগে এগৰাকী প্ৰাৰ্থীক তিনিবছৰৰ বাবে সকলো ধৰণৰ পৰীক্ষা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বহিষ্কাৰ কৰা হৈছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ ড০ অজয় কুমাৰে এই বিষয়ে সদৰি কৰি কয়, যে আয়োগে পৰীক্ষা প্রক্রিয়া সংহত, নিকা আৰু স্ব...

July 26, 2025 10:20 AM

views 47

সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত আত্মবলিদান দিয়া ভাৰতীয় সেনাৰ সাহস আৰু ত্যাগক সন্মান জনোৱাৰ অর্থে আজি সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা সংঘাতৰ পৰিণতিত বিজয় অভিযানৰ জৰিয়তে ভাৰতে কার্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰা আজি ২৬ বছৰ পূৰ্ণ হৈছে। ভাৰতীয় সেনাই ব...

July 26, 2025 10:16 AM

views 25

কেন্দ্ৰীয় চৰকাৰৰ অটল পেন্সন আঁচনিত ৮ কোটিতকৈও অধিক লোকৰ পঞ্জীয়নৰ অভিলেখ

চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ অটল পেন্সন আঁচনিয়ে নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। এই সময়ছোৱাত আঁচনিখনৰ অধীনত ৮ কোটিতকৈও অধিক পঞ্জীয়ন হোৱাৰ লগতে অতিৰিক্ত ৩৯ লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিছে। উল্লেখযোগ্য যে পেন্সন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত এইখন হৈছে ভাৰতৰ ধবজাবা...

July 26, 2025 10:13 AM

views 50

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কালি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন-২০২৫ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই সদৰি কৰে। গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্র আৰু ৰাজ্য...

July 26, 2025 10:07 AM

views 34

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া তামিলনাড়ু ভ্রমণসূচীত ৪,৮০০ কোটিতকৈও অধিক পুঁজি ব্যয়ৰে  প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুদিনীয়া ভ্রমণসূচীৰে তামিলনাড়ুলৈ যাব। ব্ৰিটেইন আৰু মালদ্বীপৰ ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী পোনে পোনে তুতিকৰিনলৈ যাব। তুতিকনিত প্রধানমন্ত্ৰীয়ে আজি ৪,৮০০ কোটিতকৈও অধিক পুঁজি ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্...

July 25, 2025 8:52 PM

views 65

জি-২০ উন্নয়ন মন্ত্ৰীৰ প্ৰথমখন অধিৱেশনত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অবৈধ বিত্তীয় প্ৰৱাহ আৰু সামাজিক সুৰক্ষাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ আম্পু মালাংগাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত আজি অংশগ্ৰহণ কৰে। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সৰ্বাত্মক সফলতাত আলোকপাত কৰি শ্রীমাৰ্ঘেৰিটাই বহনক্ষম...

July 25, 2025 8:44 PM

views 51

ভাৰত আৰু মালদ্বীপৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিৰ লগতে আন তিনিখন চুক্তিত স্বাক্ষৰ

ভাৰতে আজি মালদ্বীপৰ সৈতে কৃষি আৰু মীন পালন, ভাৰতীয় ফাৰ্মাক'পিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তি আৰু আন তিনিখন চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি ভাৰতে মালদ্বীপলৈ ৪ হাজাৰ ৮৫০ কোটি টকাৰ সুদবিহীন ঋণ আগবঢ়াইছে। দুয়োখন দেশৰ মাজত আজি ভাৰত- মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্রা...

July 25, 2025 8:40 PM

views 22

ৰাজস্থানত চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাত ৭ জন ছাত্ৰ-ছাত্ৰী নিহত, ২০ৰো অধিক আহত

ৰাজস্থানৰ ঝালাৱৰ জিলাৰ মনোহৰ থানা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিপল'ডি গাঁৱৰ এখন চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাৰ ফলত ৭ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক আহত হয়। এই দুৰ্ঘটনাৰ পাছতে গাঁওবাসীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায় আৰু আঘাতপ্রাপ্ত ছাত্র-ছাত্ৰীসকলক চিকিৎসালয...