ৰাষ্ট্ৰীয়

July 25, 2025 8:35 PM

views 33

বিৰোধীৰ হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীপক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজিৰ দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দিনৰ ২ বজাত পুনৰ মিলিত হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে সদনৰ কাম-কাজ ব্যাহত হয...

July 25, 2025 1:02 PM

views 30

আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড়ে কাইলৈ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব

আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড় আজি বিয়লি গুৱাহাটীলৈ আহিব আৰু কাইলৈ তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। সঞ্চালকপ্ৰধানগৰাকীয়ে কালি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং, তুৰা, জোঁৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয...

July 25, 2025 12:58 PM

views 22

ভাৰত-ইংলেণ্ডৰ মাজত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে চাহ ৰপ্তানি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব : মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

ভাৰত আৰু ইংলেণ্ডৰ মাজত কালি স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে চাহ ৰপ্তানি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। চুক্তিখনৰ অধীনত ভাৰতীয় চাহ ব্ৰিটেইনলৈ শুল্কবিহীনভাৱে ৰপ্তানি কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ পূৰ্বে এই সুবিধা ইনষ্টেণ্ট কফি, মচলা আৰু অন্যান্য...

July 25, 2025 12:53 PM

views 30

শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। কালি নতুন দিল্লীত অনুষ্ঠিত সামুদ্রিক বিত্ত যোগান সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ বন্দৰসমূহৰ কাৰ্যকৰী দক...

July 24, 2025 9:19 PM

views 49

ৰাষ্ট্ৰপতি মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত শিল্পীৰ দলৰ সাক্ষাৎ‍

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি শিল্পীৰ এটা দলে ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ‍ কৰে। ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগৰ ২৯ জনীয়া শিল্পীৰ দলটোৱে যোৱা ১৪ জুলাইত আৰম্ভ হৈ আজি সমাপ্ত হোৱা কলা উৎসৱ ২০২৫ৰ দ্বিতীয় সংস্কৰণত অংশলগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰী মতী মুর্মুৱে শিল্পীসকলে এই সময়ছোৱাত সৃষ্টি কৰা চিত্...

July 24, 2025 9:08 PM

views 59

অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত  বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ৩৫ টা স্থানত অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি ৰিলায়েন্স অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত ৩৫ টা স্থানত অভিযান চলায়। মুঠ ৫০ টা কোম্পানী আৰু ২৫ জন লোকক এই তদন্তৰ আওতালৈ আনা হৈছে। সঞ্চালকালয়ে কয়, যে প্রাথমিক তদন্তত ২০১৭ ৰ পৰা ২০১৯ চনৰ ভিতৰত ব্যক্ত...

July 24, 2025 8:59 PM

views 66

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছেঃ প্ৰধানমন্ত্ৰী মোদী

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি প্ৰধা...

July 24, 2025 8:55 PM

views 57

বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কামকাজ প্রথমে দিনৰ দুই বজালৈ আৰু পাছত দিনটোৰ বাবে স্থগিত ৰখা হয়৷ কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিজেপি সাংস...

July 24, 2025 8:50 PM

views 45

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। লণ্ডনত ইংলেণ্ডৰ প্রধানমন্ত্রী কিৰ ষ্টাৰৰ্মৰ সৈতে হোৱা আলোচনাৰ অন্তত দিয়া এটা বিবৃতিত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটো উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰে। কেইবাবছৰজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়োখন দেশৰ মা...

July 23, 2025 9:32 PM

views 43

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত কৰে। এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনা সন্দৰ্ভত ব্ৰিটেইনৰ এখন সংবাদপত্ৰত প্ৰকাশিত তথ্যক লৈ সংবাদ মাধ্যমৰ জিজ্ঞাসাৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়...