ৰাষ্ট্ৰীয়

September 6, 2025 1:13 PM

views 46

নতুন দিল্লীৰ মাই ভাৰত মুখ্য কাৰ্যালয়ত উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ বান ক্ষতিগ্রস্ত এলেকাসমূহত উদ্ধাৰ অভিযানৰ বাবে এহেজাৰৰো অধিক প্ৰশিক্ষণপ্রাপ্ত মাই ভাৰত আপদা মিত্ৰক নিয়োজিত কৰা হ'ব। নতুন দিল্লীৰ মাই ভাৰত মুখ্য কাৰ্যালয়ত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লৈ শ্ৰীমন্দা...

September 6, 2025 1:08 PM

views 28

দেশৰ সামুদ্রিক খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য নিৰ্ধাৰণ কেন্দ্ৰৰ

চৰকাৰে বন্দৰ, জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ৮০ লাখ কোটি টকা বিনিয়োগেৰে ২০৪৭ চনৰ ভিতৰত দেশৰ সামুদ্রিক খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিবছে। তামিলনাডুৰ টুতিক’ৰিনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এ...

September 6, 2025 1:50 PM

views 21

২৯ আগষ্টত ভাৰতীয় বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৬৯৪.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি

সপ্তাহান্তত অর্থাৎ যোৱা ২৯ আগষ্টত ভাৰতীয় বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৩.৫১ বিলিয়ন ডলাৰৰ পৰা ৬৯৪.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা সাপ্তাহিক পৰিসংখ্যা মতে যোৱা সপ্তাহলৈ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ১.৬৯ বিলিয়ন ডলাৰকৈ বদ্ধি হৈ ৫৮৩.৯ বিলিয়ন ডলাৰ হৈছেগৈ। একেদৰে স্বৰ্ণ ভাণ্ডাৰো ৮৬....

September 5, 2025 9:09 PM

views 55

পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গভীৰ উদ্বেগ প্রকাশ

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিশদ প্রতিবেদন প্রধানমন্ত্ৰীক শীঘ্ৰেই দাখিল কৰিব। বাৰ্তাটোত তেওঁ লগতে কয় যে ৰাজ্যখনৰ এই সংকট নিৰাময়ৰ বাবে ক...

September 5, 2025 9:07 PM

views 38

শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুতৰ বাবে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুত কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এই নতুন নীতিয়ে ভূতাপীয় শক্তি ...

September 5, 2025 9:04 PM

views 23

৮ দিনীয়া ভ্রমণসূচীৰে অহা ৯ ছেপ্তেম্বৰত নতুন দিল্লীত উপস্থিত হ’ব মৰিছাছৰ প্রধামন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলাম

মৰিছাছৰ প্রধামন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলাম ৮ দিনীয়া ভ্রমণসূচীৰে অহা ৯ ছেপ্তেম্বৰত নতুন দিল্লীত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে নবীন চন্দ্ৰ ৰামগোলামৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ছোৱাত মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই, বাৰানসী, অযোধ্যা আৰু তিৰুপ...

September 5, 2025 9:00 PM

views 50

প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালৰ

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কৰে। সমগ্ৰ দেশতে নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ ৰূপায়ণ ক্ষীপ্ৰ কৰি তোলাৰ উদ্দেশ্যে এই অভিযান মুকলি কৰা হৈছে। এই অভিয...

September 5, 2025 8:56 PM

views 61

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছ...

September 5, 2025 8:52 PM

views 35

প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক ৰাষ্ট্ৰপতি মুৰ্মুৰ প্ৰশংসা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে চলিত বৰ্ষৰ বৰ্ষাকালৰ এই সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। দেশৰ উত্তৰাখণ্ড, হ...

September 5, 2025 7:09 PM

views 32

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ হৈছে। এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰি আহিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোটৰ ৪০০ৰো অধিক মহিলাই এই মেলাত অংশগ্ৰহণ কৰিছে। এই বছৰ এই মেলাৰ মূল বিষয়...