ৰাষ্ট্ৰীয়

September 8, 2025 11:33 AM

views 58

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত বিজেপি সংসদীয় দলৰ এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ

বিজেপি সংসদীয় দলে নতুন দিল্লীত আয়োজিত দুদিনীয়া কৰ্মশালাত কালি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীযূষ গোৱেলে উত্থাপন কৰা এই প্ৰস্তাৱত বিজেপিৰ সাংসদসকলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই সাহসী তথা নাগৰিককেন্দ্ৰিক প...

September 7, 2025 8:53 PM

views 18

আধ্যাত্মিক গুৰু শ্ৰী নাৰায়াণ গুৰুৰ জন্ম বার্ষিকীত তেওঁৰ দৃষ্টিভংগীক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মৰণ

ভাৰতীয় দার্শনিক তথা আধ্যাত্মিক গুৰু শ্ৰী নাৰায়াণ গুৰুৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দৃষ্টিভংগী আৰু সমাজত তেওঁৰ প্ৰভাবৰ কথা স্মৰণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে তেওঁৰ সমতা, দয়া আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ শিক্ষাই সমাজখনক ব্যাপকভাৱে অনুপ্ৰাণিত ক...

September 7, 2025 7:48 PM

views 122

সামগ্ৰী আৰু সেৱা কৰৰ শেহতীয়া সংস্কাৰে ক্ষুদ্ৰ, অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সমাগত দিপাৱলীৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰত হ'বলগীয়া সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। যোৱা ৩ ছেপ্তেম্বৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদে সাধাৰণ জনতাৰ প্ৰতি বিশেষ গুৰুত্বসহ কৰৰ নতুন হাৰত অনুমতি প্ৰদান কৰাৰ লগে লগে প্রধানমন্ত্ৰীৰ নাগ...

September 7, 2025 7:41 PM

views 28

দেওবাৰৰ নিশাৰ আকাশত পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ’ব

এটা বিৰল মহাজাগতিক পৰিঘটনাৰ ফলস্বৰূপে আজি নিশাৰ আকাশত ব্যতিক্রমী ধৰণৰ পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব। এই চন্দ্ৰগ্রহণ সমগ্র দেশতে দৃশ্যমান হ'ব। গুৱাহাটীৰ লগতে দিল্লী, মুম্বাই, কোলকাতা আৰু বেংগালুৰুকে ধৰি দেশৰ সকলো নগৰ-মহানগৰৰ উপৰি সমগ্ৰ এছিয়া, অস্ট্রেলিয়া, পূৱ আফ্ৰিকা আৰু ইউৰোপৰ অংশ বিশেষত এই...

September 7, 2025 11:16 AM

views 34

অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙৰ মন্তব্য

অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙে মন্তব্য কৰিছে। চেন্নাইত কালি বিষয়া প্রশিক্ষণ একাডেমীৰ দীক্ষান্ত সমাৰোহত ভাষণ দি বায়ুসেনাৰ মুৰববীগৰাকীয়ে নতুন বিষয়াসকলক ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ সময়ত একতাৰ ম...

September 7, 2025 11:10 AM

views 99

জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ

সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মন্ত্রী সীতাৰমনে কয়, যে জি এছ টিৰ সংস্কাৰক সমগ্ৰ দেশৰ জনসাধাৰণে আদৰণি জনাইছে। যদিহে এই সংস্কাৰ জৰিয়তে কোন...

September 7, 2025 11:07 AM

views 106

জি এছ টিৰ সংস্কাৰে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

নতুনকৈ প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ হাৰ আৰু স্তৰসমূহে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ভূপালত এখন সংবাদমেলত কয়, যে জি এছ টি ব্যৱস্থাৰ পৰিৱৰ্তনসমূহে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃ...

September 6, 2025 9:22 PM

views 28

পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয় যে জি এছ টিৰ সংস্কাৰে দেশৰ মুঠ ঘৰুৱা উৎ...

September 6, 2025 1:22 PM

views 49

পঞ্জাৱ, উত্তৰ ভাৰতৰ বান প্ৰভাৱিত অঞ্চলত চিকিৎসা আৰু মানৱীয় সাহায্যৰ বাবে চিকিৎসা কৰ্মীৰ দল নিয়োজন

পঞ্জাৱ আৰু উত্তৰ ভাৰতৰ বান প্ৰভাৱিত অঞ্চলত চিকিৎসা আৰু মানৱীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে নতুন দিল্লীস্থিত অখিল ভাৰতীয় আয়ুর্বেদ প্ৰতিষ্ঠান, এইমছৰ ডাক্তৰ-নাৰ্ছ সমন্বিত এটা চিকিৎসা কৰ্মীৰ দল নিয়োজন কৰা হৈছে। দলটোত মেডিচিন, মনোৰোগ, শিশুৰোগ, শল্য চিকিৎসা, প্রসুতিৰোগ আদি কেইবাটাও বিভাগৰ এঘাৰ গৰাকী বি...

September 6, 2025 1:18 PM

views 18

আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলৰ জম্মু-কাশ্মীৰৰ ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে এটা আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলে কালি ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে দলটোৱে সমুদায়ভিত্তিত দুর্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতি শক্তিশালী কৰা আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহ পুনৰুদ্ধাৰ কৰাৰ ...