ৰাষ্ট্ৰীয়

September 8, 2025 9:24 PM

views 95

ভাৰত আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে নতুন দিল্লীত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্পট্ৰিছৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য হৈছে অর্থনৈতিক সম্পর্ক বৃদ্ধি কৰাৰ লগতে ইজৰাইলৰ ৰপ্তানীকাৰকসকলৰ বাবে বিত্তীয় নীতি নিয়ম অন্...

September 8, 2025 9:15 PM

views 67

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। এন ডি এ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই মিত্রজোটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা হ'ব। সাংবিধানিক ব্যৱস্থা অন...

September 8, 2025 9:47 PM

views 46

বিজ্ঞান প্রশাসকৰ বাবে বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙৰ

কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙে বিজ্ঞান প্রশাসকসকলৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে প্ৰস্তুত কৰি উলিওৱা এটা বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। শ্রীসিঙে এই পদক্ষেপক অতিকৈ প্ৰয়োজনীয় আৰু প্ৰভাৱশালী বুলি মন্তব্য কৰি এই প্ৰশিক্ষণ কাৰ্যসূচী অসামৰিক সেৱ...

September 8, 2025 10:47 PM

views 53

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি পাইছে। সেনাৰ এগৰাকী মুখপাত্রই জনাইছে যে সেনা বাহিনীৰ এগৰাকী কণিষ্ঠ বিষয়াও এই অভিযানত আহত হৈছে। উন্নত চিকিৎ‍সাৰ বাবে তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত ...

September 8, 2025 9:39 PM

views 51

কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত

কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ...

September 8, 2025 9:19 PM

views 69

ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি ৰাষ্ট্ৰপতি মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীত অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদ ই ই পি চিৰ মহাৰ্জত জয়ন্তী উদযাপন অনুষ্ঠানত দিয়া ভাষণত এনেদৰে প্ৰকাশ কৰে। শ্ৰীমতী মু...

September 8, 2025 9:27 PM

views 42

ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ'ব বুলি তেওঁ কয়। নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভা...

September 8, 2025 11:45 AM

views 40

বিহাৰত ভোটাৰ তালিকা সন্দৰ্ভত নির্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ

 উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকলৈ নির্বাচন আয়োগৰ ২৪ জুনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ কৰিব। ন্যায়াধীশ সূর্যকান্ত আৰু জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় জনতা দল, এ আই এম আই এমকে ধৰি অন্যান্য সকলৰ আবেদনৰ শুনানী গ্ৰহণ কৰিব। নির্বাচন আয়োগে কৈছে য...

September 8, 2025 11:39 AM

views 46

অহা ১৩ ছেপ্তেম্বৰত দুখন জনসভাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত কিছুসময়ৰ বাবে মণিপুৰলৈ যাব। আকাশবাণী ইম্ফলৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রীয়ে দুখন জনসভাত অংশ লোৱাৰ কথা। ইম্ফলৰ ৰাজভৱনত শ্ৰীমোদীৰ এই ভ্রমণ সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখন...

September 8, 2025 11:38 AM

views 50

পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে প্রধানমন্ত্ৰী কাইলৈ ৰাজ্যখনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে কাইলৈ ৰাজ্যখনলৈ যাব। প্রধানমন্ত্রীয়ে ব্যক্তিগতভাৱে পৰিস্থিতি পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকললৈ পৰ্যাপ্ত সাহায্য নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। পঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰে সামাজিক মাধ্যমৰ এট বাৰ্তাত প্রধানমন্ত্ৰী শ্ৰীমোদী...