ৰাষ্ট্ৰীয়

September 11, 2025 3:19 PM

views 73

ডুবাইত ভাৰত-পাকিস্তানৰ এছিয়া কাপ টী-২০ খেলখন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

■ উচ্চতম ন্যায়ালয়ে অহা ১৪ ছেপ্তেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত হ'বলগীয়া এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাৰ খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণ’ইক লৈ গঠিত এখন বিচাৰপীঠে আজি এখন জনস্...

September 11, 2025 3:48 PM

views 44

পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি ভাৰতৰ তীব্ৰ সমালোচনা

■ পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি অভিহিত কৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত দেশখনক তীব্র সমালোচনা কৰিছে। জেনেভাত অনুষ্ঠিত পৰিষদৰ ৬০ সংখ্যক অধিৱেশনত ভাৰতৰ স্থায়ী মিছনৰ উপদেষ্টা ক্ষিতিশ ত্যাগীয়ে পাকিস্তানে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আৰু অপ-প্ৰচাৰ চলোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ অ...

September 10, 2025 8:01 PM

views 36

বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত দ্বৈত ৰেলপথ প্ৰকল্পত কেবিনেটৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হোৱা বৈঠকত প্রায় ৩ হাজাৰ ১৬৯ কোটি টকা ব্যয়সাপেক্ষ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ ভাগলপুৰ-ডুমকা- ৰামপুৰহাট সংযোগী ১৭৭ কিলমিটাৰ দ্বৈত ৰেলপথ প্ৰকল্পত অনুমোদন জনায়। কেবিনেটে বক্সাৰ, ভাগলপুৰ হাইস্পীড কৰিড'ৰৰ মোকামা-মুংগৰত ...

September 10, 2025 7:50 PM

views 31

বিহাৰৰ ভাৰত-নেপাল সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া

নেপালত উদ্ভৱ হোৱা হিংসাত্মক প্রতিবাদ আৰু সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ভাৰত-নেপাল সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। সীমান্তৰ বাণিজ্যিক তালাচী চকী আৰু অন্যান্য প্রবেশ পথত বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে। বিহাৰ আৰক্ষী আৰু সশস্ত্র সীমা বলে সীমান্তত যিকোনো ব্যক্তিৰ আহ-যাহৰ ওপৰত চোকা দৃষ্টি ৰা...

September 10, 2025 7:46 PM

views 24

নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰবিৰোধী বিক্ষোভৰ আজি তৃতীয় দিন

যোৱা ৮ ছেপ্তেম্বৰৰ পৰা নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰবিৰোধী বিক্ষোভ আজি তৃতীয় দিনা ভালেখিনি শাম কাটিছে। নেপালৰ সেনাবাহিনীয়ে ইতিমধ্যে বিভিন্ন স্থানৰ পৰা লুট কৰা ৩৩ লাখ ৭০ হাজাৰৰো অধিক টকা জব্দ কৰাৰ লগতে লুটপাত কৰা ভালেমান অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। তদুপৰি দাদেলধোৰাৰ কাৰাগাৰৰ পৰা পলায়ন কৰা ২৬জন...

September 10, 2025 12:06 PM

views 29

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে কালি অনুষ্ঠিত নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে। বিৰোধী আই এন ডি এৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০টা ভোট লাভ কৰাৰ বিপৰীতে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৪৫২টা ভোট লাভ কৰি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্ব...

September 10, 2025 12:05 PM

views 36

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে চূড়াচান্দপুৰ জিলাত পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি চূড়াচান্দপুৰ জিলাত প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ বুজ লয়। ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সকলো দিশ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে প্রধানমন্...

September 10, 2025 12:04 PM

views 31

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলত হংকঙক ৯৪ ৰানত পৰাস্ত আফগানিস্তানৰ

আবু ধাবিত অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলখনত যোৱা নিশা আফগানিস্তানে হংকঙক ৯৪ ৰানত পৰাস্ত কৰে। গ্ৰুপ-বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছেদিকুল্লাহ অটলে ৭৩ ৰান কৰে। আজমতুল্লাহ ওমৰজায়ে ২০টা বল...

September 10, 2025 12:02 PM

views 36

নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সতর্কবাণী জাৰি

নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সতর্কবাণী জাৰি কৰিছে। দেশখনত থকা প্ৰায় ৬ লাখ ভাৰতীয়ক পৰিস্থিতি স্বাভাৱিক নোহোৱা পর্যন্ত ভ্ৰমণ নকৰিবলৈ আৰু য'ত যেনেকৈ আছে, তেনেকৈয়ে থাকিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে। আনহাতে, ভাৰতীয়সকলক এই মুহূৰ্তত নেপাল ভ্রমণ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈও...

September 9, 2025 8:51 PM

views 28

পাঞ্জাৱলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান প্ৰভাৱিত পাঞ্জাৱলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে ৰাজ্যখনলৈ অনুমোদন জনোৱা ১২ হাজাৰ কোটি টকাৰ অতিৰিক্তভাৱে এই পুঁজি আগবঢ়োৱা হ'ব। ইপিনে, প্রধানমন্ত্রী কিষাণ সম্মান নিধি আৰু এছ দি আৰৰ দ্বিতীয় কিস্তিৰ ধনো ৰাজ্যখনৰ বাবে আগতীয়াকৈ ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।