ৰাষ্ট্ৰীয়

September 11, 2025 8:39 PM

views 36

ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ পর্যালোচনা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে দুয়োবিধ ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়। এই পর্যালোচনা বৈঠকতে মন্ত্রী নাড্ডাই সংশ্লিষ্ট ৰাজ্য চৰকাৰ, স্থানীয় সংস্থাসমূহক জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ...

September 11, 2025 8:35 PM

views 49

নতুন দিল্লীত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশখনে সাংস্কৃতিক নৱজাগৰণৰ এটা পৰ্যায়ৰ মাজেৰে গতি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে এই কথা ব্যক্ত কৰে। জ্ঞান ভাৰতম্ হৈছে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ, ডিজি...

September 11, 2025 8:32 PM

views 25

লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয়াথন ২০২৫ৰ অধিৱেশনত মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী আৰু মেক ইন ইণ্ডিয়াৰ অধীনত দেশখনে দ্রুত গতিত তথ্য, প্রযুক্তি আৰু বৈদ্যুতিক সামগ্ৰীৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি জয়পুৰত লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয...

September 11, 2025 8:28 PM

views 48

চেনী উদ্যোগক দেশৰ মেৰুদণ্ড আখ্যা মন্ত্রী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে চেনী উদ্যোগক দেশৰ মেৰুদণ্ড আখ্যা দি প্ৰশংসা কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে ভাৰত চেনী আৰু জৈৱ শক্তি সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী গাডকাৰীয়ে কয়, যে ২০ শতাংশ ইথানল সংমিশ্ৰণৰ জৰিয়তে ভাৰতৰ জৈৱ শক্তিখণ্ডই প্রধান খেলুৱৈ হি...

September 11, 2025 8:23 PM

views 30

ডেৰাডুনত বৰষুণ আৰু ভূমিস্খনৰ ফলত হোৱা পৰিস্থিতি আৰু ক্ষয়ক্ষতিৰ পৰ্যালোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণ, বৰষুণ আৰু ভূমিস্খনৰ ফলত হোৱা পৰিস্থিতি আৰু ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে। পৰিস্থিতিৰ পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উত্তৰাখণ্ডলৈ ১২শ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে অঞ্চলটোৰ ...

September 11, 2025 3:44 PM

views 40

ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদানৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান

■ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদান কৰাৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয়, যে একাংশ ভাৰতীয় নাগৰিকক অলপতে ৰাছিয়াৰ সেনা বাহিনীত নিয়োজিত কৰাৰ বাতৰি পোৱা গৈছে। তেওঁ...

September 11, 2025 3:34 PM

views 49

নেপালত প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিকক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত প্ৰতিবাদী প্ৰতিনিধিবর্গৰ

■ নেপালত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প’ডেল, দেশখনৰ স্থল সেনা বাহিনীৰ মুৰব্বী অশোক ৰাজ ছিগডেল আৰু যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গৰ সৈতে আজি অন্তৱৰ্তী চৰকাৰৰ নেতৃত্বৰ বিষয়টো লৈ আলোচনা অনুষ্ঠিত হ'ব। যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গই প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিক অন...

September 11, 2025 3:52 PM

views 48

মৰিছাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগোলামৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰিছাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগোলামৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীক বাৰাণসী বিমান বন্দৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আদৰণি জনায়। ১৬ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰত ভ্ৰমণলৈ অহা মৰিছা...

September 11, 2025 3:30 PM

views 62

FAST TRACK IMMIGRATION – বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

■ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌ, তিৰুৱনন্তপুৰম, ত্ৰীচি, কালিকট আৰু অমৃতসৰ বিমান বন্দৰত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে FAST TRACK IMMIGRATION - বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ভিন ভিন কামত বিদেশলৈ যাত্ৰা কৰা লোকসকলৰ পাছপ'ৰ্টকে ধৰি যাৱতীয় নথি-পত্ৰ পৰীক্ষাৰ প্ৰক...

September 11, 2025 3:24 PM

views 60

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাতৰ লগতে ৫জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

■ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাত কৰে আৰু বিভিন্ন ৰাজ্যৰ পৰা পাঁচজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত প্রমোদ সিং কুশ্বৱাহাই এই কথা প্ৰকাশ কৰি কয়, যে সন্ত্ৰাসবাদী কেইজনক দিল্লী, ঝাৰখণ্ড, তেলেংগানা আৰু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।