September 12, 2025 6:44 PM
44
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ
শ্রীলংকা চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিসকলক আজীৱন চৰকাৰী বাসগৃহ আৰু অন্যান্য সা-সুবিধা প্ৰদানৰ বাবে থকা আইন প্রত্যাহাৰ কৰাৰ পাছত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষই তেওঁৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ কৰিছে। ৰাজাপাক্ষ আৰু তেওঁ পত্নী চিৰন্থীয়ে কালি দুপৰীয়াৰ ভাগত চৰকাৰী বাসভৱনৰ পৰা ওলাই যায...