গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত আজি আই এন এছ আৰাৱলী নামৰ জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে, যে আৰাৱলী পর্বতমালাৰ নামেৰে নামকৰণ কৰা এই জাহাজখনে নৌসেনাৰ তথ্য আৰু যোগাযোগ পৰিকাঠামো সুদৃঢ় কৰিব। অনুষ্ঠানত নৌ সেনা বাহিনীৰ মুৰববী এডমিৰেল দীনেশ কে.ত্রিপাঠীয়ে অধ্যক্ষতা কৰিব ।
Assamese | September 12, 2025 12:25 PM | Indian Navy
গুৰুগ্ৰামত আজি আই এন এছ আৰাৱলী জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত