November 2, 2026 7:23 PM
9
নৌ সেনা বাহিনীত ৮খন নতুন প্রযুক্তিৰ কৰবেট যুদ্ধ জাহাজৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ চুক্তি স্বাক্ষৰ
প্ৰতিৰক্ষা মন্ত্ৰালয়ে নৌ সেনা বাহিনীত ৮খন নতুন প্রযুক্তিৰ কৰবেট যুদ্ধ জাহাজৰ বাবে GARDEN REACH SHIPBUILDERS AND ENGINEERS LIMITED GOA SHIPYARD LIMITED ৰ সৈতে ৫৩ হাজাৰ ৮০০ কোটি টকাৰো অধিক মূল্যৰ চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হৈছে। চুক্তি অনুসৰি GARDEN REACH SHIPBUILDERS AND ENGINEERS LIMITED GOA SHIPYARD LIMITED এ তিনিখন কৰবেট যুদ্ধ জাহাজ নির্মাণ কৰিব। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতীয় নৌসেনাই থলুৱাভাৱে আৰ্হি প্ৰস্তুত...