October 6, 2025 1:46 PM
40
চত্তিশগড়ৰ কাৱাৰ্ধা জিলাত সংঘটিত পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু, ৫জন আহত
চত্তিশগড়ৰ কাৱাৰ্ধা জিলাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৫ জন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী, এগৰাকী নাবালিকা আৰু বাহনখনৰ চালকজন আছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৩০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চিল্কী উপত্যকাৰ আকালঘৰীয়াত এখন তীব্ৰবে...