October 2, 2025 7:06 PM
52
‘‘আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে’’-ড° মোহন ভাগৱত
● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ সংঘচালক ড° মোহন ভাগৱতে আজি কয়, যে ভাৰত আত্মনিৰ্ভৰ আৰু বিশ্ব সংহতিৰ দূত হ'বলৈ হ'লে দেশখনে নিশ্চিত কৰিব লাগিব যে আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে। স্বদেশী আৰু স্বাৱলম্বনৰ বিকল্প নাই বুলি উল্লেখ কৰি শ্রী...