জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত আজি ৰাষ্ট্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষ্যে সমগ্র দেশতে আৰু বহিঃৰাষ্ট্ৰৰ ভাৰতীয় দুটাবাস সমূহত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে আছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধিত সর্বধর্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। প্ৰাক্তন প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীকো আজি তেঁওৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰই স্মৰণ কৰিছে।
Assamese | October 2, 2025 12:50 PM | Gandhi Jayanti
জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন