October 2, 2026 10:55 AM

views 30

গান্ধী জয়ন্তী উপলক্ষে সমগ্র দেশত বিশেষ গাঁওসভাৰ আয়োজন

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্র দেশত আজি বিশেষ গাঁওসভাৰ আয়োজন কৰা হৈছে। এই সভাসমূহত গ্রামাঞ্চলত পঞ্চায়তীৰাজ ব্যৱস্থা সুদৃঢ় কৰা, ৰাজহুৱা সেৱাৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰবৰ্তন কৰা ৰূপান্তৰকাৰী প্ৰশাসনিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা হ'ব। গ্রামোন্নয়ন মন্ত্রালয়ে প্রকাশ কৰা মতে এই বিশেষ সভাৰ আয়োজনেৰে জন পৰিকল্পনা অভিযান ২০২৬-২৭ সকলোৰে যোজনা সকলোৰে বিকাশ আৰম্ভ হ'ব। এই অভিযানৰ অধীনত গাঁও পঞ্চায়তসমূহে অংশগ্রহণমূলক আৰু তথ্য আধাৰিত পৰিকল্পনাৰ জৰিয়তে ২০২৭-২৮ বিত্তীয় বৰ্ষৰ বাবে নিজৰ গ...

October 2, 2025 8:43 PM

views 61

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাতিৰ পিতালৈ শ্ৰদ্ধা নিবেদন

● জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উপলক্ষে আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ ভিন ভিন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটীৰ পল্টন বজাৰত আয়োজিত স্বচ্ছতা অভিযানত অংশগ্রহণ কৰে। তেওঁ গান্ধীজীৰ প্ৰতি পুষ্পার্ঘ্য্য তৰ্পন কৰি তেওঁৰ আদর্শই সকলোকে অনুপ্রাণিত কৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে চাফাই কৰ্মীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়। শ্ৰীআচাৰ্যই এই চাফাই কৰ্মীসকলে বিশুদ্ধ খোৱাপান...

October 2, 2025 7:12 PM

views 100

গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশে মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেশৰ ভিন ভিন স্থানৰ লগতে বিদেশত থকা ভাৰতীয় দূতাৱাসসমূহতো আজি বিভিন্ন কাৰ্যসূচীৰ গান্ধী জয়ন্তী উদযাপন কৰা হয়। মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি বাপুজীৰ সমাধি ৰাজঘাটত আজি এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আ...

October 2, 2025 12:50 PM

views 68

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত আজি ৰাষ্ট্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষ্যে সমগ্র দেশতে আৰু বহিঃৰাষ্ট্ৰৰ ভাৰতীয় দুটাবাস সমূহত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে আছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধিত সর্বধর্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। প্ৰাক্তন প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীকো আজি তেঁওৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰই স্মৰণ কৰিছে।

October 2, 2024 3:12 PM

views 64

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত দেশবাসীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। নতুন দিল্লীৰ ৰাজঘাটৰ বাপুৰ সমাধিস্থলীত গান্ধী জয়ন্তী উপলক্ষে আজি এখন সর্বধর্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভা অধ্যক্ষ ওম বিৰলা, বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে লোকসভা দলৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে। অহিংসা, প্রেম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবা...

October 2, 2024 9:48 AM

views 48

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গান্ধী জয়ন্তী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশৰ লগতে প্রবাসী ভাৰতীয়সকলেও ধাৰাবাহিকভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। নতুন দিল্লীৰ ৰাজঘাটৰ বাপুৰ সমাধিস্থলীত গান্ধী জয়ন্তী উপলক্ষে আজি এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। জন্মবার্ষিকী উপলক্ষে দেশবাসীয়ে আজি প্রাক্তন প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীকো স্মৰণ কৰিছে। গান্ধী জয়ন্তী উপলক্ষে আজি পুৱা ৯ বজাৰ পৰা ১০ বজালৈ জনসাধাৰণক একত্ৰিত হৈ ...