September 29, 2025 8:19 PM
40
তামিলনাডুৰ কাৰুৰত পদপিষ্টৰ ঘটনাৰ পাছৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এন ডি এৰ প্ৰতিনিধি দল গঠন
বিজেপিৰ সভাপতি জে পি নড্ডাই তামিলনাডুৰ কাৰুৰত পদপিষ্টৰ ঘটনাৰ পাছতে সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এন ডি এৰ এটা প্ৰতিনিধি দল গঠন কৰিছে। এই ভ্ৰমণৰ সময়ত প্রতিনিধি দলটোৱে ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি সভাপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। প্ৰতিনিধি দলটোৰ আহ্বায়ক হিচাপে সাংসদ হেমা মালিনীক দায়িত...