ৰাষ্ট্ৰীয়

September 27, 2025 8:24 PM

views 22

ব্রাজিলৰ বিদেশ মন্ত্ৰী, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰীৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ লোৱাৰ সুযোগতে ব্রাজিলৰ বিদেশ মন্ত্ৰী মাউৰো ভিয়েৰা, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰী সিন্দিছুৱে চিকুংগাৰ সৈতে বৈঠকত মিলিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ত্ৰয়োদশ ভাৰত, ব্রাজিল, দক্ষিণ আফ্রি...

September 27, 2025 8:23 PM

views 18

ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছেঃ পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী

ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছে বুলি পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপীয়ে মন্তৱ্য কৰিছে| আজি নতুন দিল্লীত বিশ্ব পর্যটন দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি গোপীয়ে কয় যে চৰকাৰৰ উড়ান আঁচনিয়ে পর্যটনস্থলীসমূহৰ সৈতে যোগাযোগ ব্যৱস্থাক উন্নত কৰি স্থান...

September 27, 2025 8:22 PM

views 47

আকাশবাণীত কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৬সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৬ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব...

September 27, 2025 8:21 PM

views 50

বিহাৰত অমিত শ্বাহৰ দলীয় নেতা-কৰ্মীৰ সৈতে বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজনৈতিক কার্যকলাপ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ বিহাৰ ভ্ৰমণৰ দ্বিতীয় দিনা দলীয় নেতা আৰু কৰ্মকৰ্তাসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। সমষ্টিপুৰৰ নেতা আৰু কৰ্মীসকলৰ সৈতেও তেওঁ নির্বাচনী কৌশ...

September 27, 2025 8:19 PM

views 34

দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত দুটা সোণসহ ভাৰতৰ সাতটা পদক অৰ্জন

দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত আজি অন্তিম দিনা ব্যক্তিগত কম্পাউণ্ড শাখাত ভাৰতে দুটা সোণৰ পদক অৰ্জনেৰে প্ৰতিযোগিতাত মুঠ সাতটা পদক লাভ কৰিছে। ব্যক্তিগত কম্পাউণ্ড শাখাত দুয়োখন হাত নথকা ভাৰতৰ ১৮ বছৰীয়া সীতল দেৱীয়ে সোণৰ পদক অর্জনেৰে ইতিহাস ৰছে। তেওঁ তুৰস্কৰ বিশ্বৰ এক নম্বৰ...

September 27, 2025 8:17 PM

views 42

নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলৰ সোণৰ পদক

নতুন দিল্লীৰ ড০ কনি সিং ৰেঞ্জত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত আজি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলে সোণৰ পদক অৰ্জন কৰে। তেওঁলোকে প্রতিযোগিতাৰ ফাইলেনত বংশীকা চৌধাৰী আৰু এণ্টনি জনাথন গেভিনক ১৬-১০ ব্যৱধানত পৰাস্ত কৰে। এই শাখাত স্পেইনৰ যুটিটোৱে ব্ৰঞ...

September 27, 2025 8:10 PM

views 70

সমগ্ৰ দেশতে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭, ৫০০টা ফ’ৰ জি ম’বাইল টাৱাৰ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উড়িশাৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭ হাজাৰ ৫০০টা ফ'ৰ জি ম'বাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী...

September 27, 2025 6:59 PM

views 25

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিবেশনত শেহবাজ শ্বৰিফে দিয়া ভাষণক ভাৰতৰ কঠোৰ ভাষাৰে গৰিহণা

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিবেশনত পাকিস্তানৰ প্ৰধানমন্ত্রী শেহবাজ শ্বৰিফৰ ভাষণক ভাৰতে কঠোৰ ভাষাৰে গৰিহণা দিছে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰা আৰু ভাৰত-পাকিস্তান সংঘৰ্ষৰ সত্যতাক ঢাকি ৰখা বুলি অভিযোগ কৰিছে। ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী মিচনৰ প্ৰথম সচিব পেটেল গেহলটে কয় ...

September 27, 2025 6:57 PM

views 40

পাৰমিন্দৰ সিং পিণ্ডিক সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ভাৰতলৈ প্ৰত্যপূৰ্ণ কৰাত পঞ্জাৱ আৰক্ষীৰ সফলতা

কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত বাবৰ খালছা ইণ্টাৰনেচনেলৰ সন্ত্ৰাসবাদী পাৰমিন্দৰ সিং পিণ্ডিক সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ভাৰতলৈ প্ৰত্যপূৰ্ণ কৰাত পঞ্জাৱ আৰক্ষী সফল হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পিণ্ডি বিদেশত বসবাস কৰা দুটা সন্ত্ৰাসবাদীৰ ঘনিষ্ঠ সহযোগী আৰু পঞ্জাবৰ বাটালা-গুৰুদাসপুৰ অঞ্চলত পেল বোম...

September 27, 2025 6:55 PM

views 39

২ অক্টোবৰত দেশজুৰি জন পৰিকল্পনা অভিযান সব কী যোজনা, সবকা বিকাশ অভিযান আৰম্ভ

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে দেশজুৰি ২ অক্টোবৰত জন পৰিকল্পনা অভিযান সব কী যোজনা, সবকা বিকাশ অভিযান আৰম্ভ কৰিব। এটা বিবৃতিত মন্ত্ৰালয়ে কয় যে এই দেশজোৰা অভিযানত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পঞ্চায়ত বিকাশ পৰিকল্পনাৰ প্ৰস্তুতিত গুৰুত্ব দিয়া হ'ব। গ্ৰামাঞ্চলত পৰিসেৱা উন্নতকৰণ আৰু ইয়াৰ ফলাফলৰ বিকাশৰ ক্ষেত...