ৰাষ্ট্ৰীয়

September 25, 2025 10:06 PM

views 91

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ

বিজেপিয়ে আজি সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে। দলে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাৰ্টিল আৰু উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌর্যক নির্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে।

September 25, 2025 12:04 PM

views 35

আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ পৰা আঁতৰোৱা হ’ল পৰিমিতা সৰকাৰৰ নাম

আদৰৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টিৰ কিছু সালসলনি কৰা হৈছে। দহজনীয়া এছ আই টিৰ পৰা পৰিমিতা সৰকাৰৰ নাম আঁতৰোৱা হৈছে। কালি এছ আই টি গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমযোগে কয়, যে অসম আৰক্ষীয়ে ...

September 24, 2025 9:19 PM

views 215

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। জিলাখনৰ ৫০০ৰো অধিক শিক্ষানুষ্ঠান, দলসংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে সকলোৱে ম...

September 24, 2025 9:14 PM

views 39

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী গোট গঠন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে এটা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টি গঠন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যম এক্সত এই বিষয়ে প্ৰকাশ কৰি কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া ন...

September 24, 2025 12:24 PM

views 55

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অঞ্চল বিশেষে মুষলধাৰ বৰষুণৰ সতর্কবাণী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ পশ্চিমবংগ, ওড়িশা আৰু ছত্তিশগড়ৰ অঞ্চল বিশেষে মুষলধাৰ বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে আজি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্রদেশ, তেলেংগানা আৰু বিদৰ্ভতো ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দিছে। আজিৰে পৰা পৰৱৰ্তী ৩-৪ দিনলৈ আন্দামান নিকোবৰ দ্বী...

September 24, 2025 12:21 PM

views 33

সেৱা আৰু সু-শাসন : পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে

সেৱা আৰু সু-শাসনৰ মন্ত্ৰৰে পৰিচালিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজি আমি কেন্দ্ৰীয় চৰকাৰে কিদৰে ভাৰতৰ অৰ্ধ পৰিবাহী অভিযানৰ জৰিয়তে দেশৰ ভৱিষ্যৎ গঢ় দিছে সেই বিষয়ে চমু প্রতিবেদন আগবঢ়াইছো। অর্থ পৰিবাহী হৈছে আধুনিক ইলেকট্ৰনিকছৰ ...

September 24, 2025 12:16 PM

views 29

কাইলৈৰ পৰা চলিত বৰ্ষৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপছ

ভাৰতবৰ্ষই গোলকীয় প্রতিযোগিতাসমূহ আয়োজন কৰাৰ সম্পূৰ্ণ ক্ষমতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মান্দাভিয়াই নতুন দিল্লীত কাইলৈৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপছৰ প্ৰস্তুতিৰ বুজ লৈ কালি এই মন্তব্য কৰে। পৰিদ...

September 24, 2025 12:08 PM

views 52

দেশত দুখন বন্দে ভাৰত শ্লিপাৰ ৰে’লগাড়ী মুকলি কৰা হ’ব : ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

দেশত দুখন বন্দে ভাৰত শ্লিপাৰ ৰে'লগাড়ী মুকলি কৰা হ'ব বুলি ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে এই দুখন ৰে'লগাড়ীৰ ভিতৰত প্ৰথমখনে সকলো পৰীক্ষা আৰু পৰীক্ষামূলক যাত্ৰা সফলতাৰে সম্পন্ন কৰিছে আৰু দ্বিতীয়খনে অহা মাহৰ মাজভাগৰ ভিতৰত পৰীক্ষ...

September 23, 2025 8:43 PM

views 35

কৌশল বিকাশ যোজনা মুকলিৰ এক দশক সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনক মূল মন্ত্ৰ হিচাপে লৈ উন্নয়ন আৰু পৰিৱৰ্তনৰ দিশত বিৰামহীনভাৱে কাম কৰি আছে। প্রধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱ প্ৰজন্মক সৱল কৰি তোলাৰ উদ্দেশ্যে ২০১৫ চনৰ ১৫ জুলাইত কৌশল বিকাশ যোজনা মুকলি কৰিছিল। এই আঁচনিয়ে বর্তমান এটা দশক সম্পূৰ্ণ কৰ...

September 23, 2025 8:39 PM

views 38

অহা ২৫ৰ পৰা ২৮ ছেপ্তেম্বৰলৈ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব – ২০২৫ৰ চতুৰ্থ সংস্কৰণ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ২৫ৰ পৰা ২৮ ছেপ্তেম্বৰলৈ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব - ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰা হৈছে। খাদ্য প্ৰসংস্কৰণ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি তথা ভাৰতৰ অতিকৈ সমৃদ্ধ খাদ্য সংস্কৃতিৰ সৈতে বিশ্ববাসীক পৰিচয় কৰোৱাৰ লক্ষ্যৰে এই খাদ্য সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্রী নৰেন্দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।