ভাৰতীয় পৰিসংখ্যা সেৱা, ভাৰতীয় দক্ষতা বিকাশ সেৱা আৰু কেন্দ্ৰীয় অভিযান্ত্ৰিক সেৱাৰ পৰিক্ষাৰ্থীসকলে আজি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দক্ষতা আৰু জ্ঞান অর্থনৈতিক বিকাশ আৰু সামাজিক প্ৰগতিৰ প্ৰকৃত ইন্ধন। লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দেশৰ প্ৰযুক্তিগত অগ্ৰগতি আগুৱাই নিয়াৰ স্বাৰ্থত অভিযন্তাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াৰ জৰিয়তে দেশৰ আন্তঃগাঁথনি উন্নয়নত সহায়ক হয়।
Assamese | September 29, 2025 8:04 PM | CES student | ISDS | President Droupadi Murmu Meet ISS
ভাৰতীয় পৰিসংখ্যা সেৱা, ভাৰতীয় দক্ষতা বিকাশ সেৱা আৰু কেন্দ্ৰীয় অভিযান্ত্ৰিক সেৱাৰ পৰিক্ষাৰ্থীসকলৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ