দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী কেইটামান বছৰত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ’ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। শ্রী বৈষ্ণৱে কয়, যে দেশত বৈদ্যুতিন উৎপাদন ব্যৱস্থা দ্রুত গতিত বিকশিত হৈছে। প্রতি সপ্তাহতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বিকাশ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
Assamese | September 29, 2025 5:57 PM | Awashini Biashnav
দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী বছৰসমূহত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ’ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ মন্তব্য