ৰাষ্ট্ৰীয়

May 14, 2024 6:26 PM

views 66

উত্তৰ কাশ্মীৰৰ ১ নম্বৰ বাৰামুল্লা সমষ্টিত ৮৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু দিব্যাংগৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা

উত্তৰ কাশ্মীৰৰ ১ নম্বৰ বাৰামুল্লা সংসদীয় সমষ্টিৰ এটা অংশ সীমান্তৱৰ্তী কুপৱাড়া জিলাত ৮৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু দিব্যাংগসকলৰ বাবে আজিৰে পৰা ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। জিলাখনৰ ছটা বিধানসভা ক্ষেত্ৰৰ আটাইকেইটাতে মুঠ ৭০ শতাংশৰো অধিক দিব্যাংগ আৰু ৪০২ গৰাকী ৮৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে এই সুবি...

May 14, 2024 6:23 PM

views 56

ইউনেস্ক’ৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীৰ স্মৃতিত ৰামচৰিত মানস, পঞ্চতন্ত্ৰ আৰু সহৃদয় লোক-লোকন অন্তর্ভুক্ত

ৰামচৰিত মানস, পঞ্চতন্ত্ৰ আৰু সহৃদয় লোক-লোকন ইউনেস্ক'ৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীৰ স্মৃতিত অন্তর্ভুক্ত হৈছে। সাংস্কৃতিক মন্ত্ৰ্যালয়ে কৈছে যে এই অন্তর্ভুক্তি ভাৰতৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু দেশৰ চহকী সাহিত্য, ঐতিহ্য তথা সংস্কৃতিৰ উত্তৰাধিকাৰৰ এয়া এক নিশ্চয়তা। মন্ত্ৰ্যালয়ে কয় যে ই বিশ্ব ...

May 14, 2024 6:22 PM

views 45

কেনিয়াৰ বানপীড়িতলৈ ভাৰতৰ পুনৰ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী প্ৰেৰণ

ভাৰতে কেনিয়াৰ বানপীড়িতক মানৱীয় সাহায্য প্ৰদানৰ বাবে বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে দ্বিতীয়বাৰলৈ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি প্ৰেৰণ কৰিছে। ভাৰতে টেণ্ট, কম্বল, বিদ্যুৎ উৎপাদনৰ ছেট, বেছিক ছেনিটেৰী ইউটিলিটি, হাইজিন কিট, শিশু খাদ্য, মেলেৰিয়া আৰু ডেংগু ডায়েগ্ন’ষ্টিক কিট তথা এনটিভে...

May 14, 2024 6:20 PM

views 28

কেৰালাৰ কোঝিকোড়েত এম্বুলেন্সত জুই, এগৰাকী ৰোগীৰ মৃত্যু

কেৰালাৰ কোঝিকোড়েত আজি পুৱা এগৰাকী ৫৭ বছৰীয়া মহিলা ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্সত জুই লগাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়। এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা মহিলাগৰাকীক আন এখন হাস্পতাললৈ নি থকা অৱস্থাতেই এই দুর্ঘটনাটো ঘটে। ঘটনা সংঘটিত হোৱাৰ সময়ত অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল আৰু এম্বুলেন্সখনে নিয়ন্...

May 14, 2024 11:36 AM

views 34

কাইলৈৰ পৰা স্নাতক পৰ্য্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, এন টি এয়ে কাইলৈৰ পৰা অহা ১৮ মে 'লৈ স্নাতক পৰ্য্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, চি ইউ ই টি (ইউ জি) অনুষ্ঠিত কৰিব। সংস্থাই ভাৰতৰ বাহিৰৰ ২৬খন চহৰকে ধৰি দেশৰ ৩৭৯খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হ 'ব। পৰীক্ষাৰ্থীসকলৰ এডমিট কার্ড cuet-ugl@nta.ac.in ৱেব...

May 14, 2024 11:29 AM

views 61

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ দেহাৱসান

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে, সুশীল কুমাৰ মোদীয়ে বিহাৰত...

May 14, 2024 11:26 AM

views 52

এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল : নির্মলা সীতাৰমন

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে, এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল আৰু ক'ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ সময়ত সাহায্য অভিযানৰ বাবে পৰ্যাপ্ত সম্পদ ব্যৱহাৰ কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে...

May 14, 2024 11:19 AM

views 53

ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব : বিদেশ মন্ত্রী

বিদেশ মন্ত্রী ড°এছ জয়শংকৰে কালি দৃঢ়তাৰে কয় যে ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব আৰু ভাৰতক মধ্য এছিয়াৰ সৈতে সংযোগ কৰিব। মুম্বাইত এখন সংবাদমেল সম্বোধন কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিখন হ'ল কৌশলগতভাৱে অতি বিশেষ আৰু ই কৰাচীৰ লগতে পাকিস্তানৰ গাদাৰ বন্...

May 13, 2024 8:27 PM

views 47

গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত ভূমি সম্পদৰ তথ্য প্ৰস্তুত কৰাৰ বাবে চুক্তি স্বাক্ষৰ

কেন্দ্ৰৰ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত ভূমি সম্পদ বিভাগৰ নিৰ্দেশ অনুসৰি ৰাজ্যিক পৰ্যায়ৰ ন’ডেল অভিকৰণ, প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা, ভূমি সংৰক্ষণ বিভাগ, ৰাজ্য চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ বাবে ভূমি সম্পদৰ তথ্য প্ৰস্তুত কৰাৰ বাবে চুক্তি স্বাক্ষৰ হয়। উল্লেখযোগ্য যে, ভৱিষ্...

May 13, 2024 8:24 PM

views 44

হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা অনুৰাগ সিং ঠাকুৰৰ মনোনয়ন পত্ৰ দাখিল

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা বিজেপি নেতা অনুৰাগ সিং ঠাকুৰে আজি হিমাচল প্ৰদেশৰ হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফেছৰ প্ৰেম কুমাৰ ধুমল উপস্থিত থাকে। শ্রীঠাকুৰে হামিৰপুৰ সংসদীয় সম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।