ৰাষ্ট্ৰীয়

October 7, 2025 11:53 AM

views 54

বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিবঃ ড০ এছ জয়শংকৰ

● বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিব। নতুন দিল্লীত কালি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰত অনুষ্ঠিত হোৱা আৰাৱলী সন্মিলন উদ্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এইদৰে কয়। ব্যতিক্রমী ধৰণেৰে দেশৰ উত্থান হৈছ...

October 7, 2025 11:49 AM

views 100

পশ্চিমবংগত বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকক সহায় কৰা বিজেপিৰ কৰ্মী, সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছেঃ প্ৰধানমন্ত্ৰী

■ পশ্চিমবংগত হোৱা বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কাম কৰি থকা বিজেপিৰ কৰ্মীসকলৰ লগতে কেইবাজনো সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ এই গৰিহনাযোগ্য কাৰ্য আৰু ...

October 7, 2025 11:42 AM

views 77

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এছিয়াৰ প্ৰধান দূৰসংযোগ আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব। চাৰিদিনীয়া এই অনুষ্ঠানটো নতুন দিল্লীৰ যশোভূমিত কাইলৈৰ পৰা অহা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব। পৰিৱৰ্তনৰ বাবে উদ্ভাৱনক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনত দূৰসংযো...

October 7, 2025 11:36 AM

views 80

বিৰোধী দলকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে উপ-ৰাষ্ট্ৰপতিৰ বাৰ্তালাপ

● উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি বিৰোধী দলসমূহকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব। চি পি ৰাধাকৃষ্ণনৰ জনপ্রতিনিধিসকলৰ সৈতে এয়া হ'ব উচ্চ সদনৰ সভাপতি হিচাপে প্রথমখন আনুষ্ঠানিক বৈঠক। অহা মাহত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি হ'বলগীয়া এই বৈঠকখনে বিশেষ তাৎপ...

October 6, 2025 8:52 PM

views 27

পৰহিৰ পৰা যশোভূমিত চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত মোবাইল কংগ্ৰেছ ২০২৫ আৰম্ভ

অহা ৮ অক্টোবৰৰ পৰা নতুন দিল্লীৰ যশোভূমিত চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত মোবাইল কংগ্ৰেছ ২০২৫ অনুষ্ঠিত হব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত উদ্ভাৱক, নীতি নির্ধাৰকসকল উপস্থিত থাকিব। যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি এই অনুষ্ঠানৰ পর্যালোচনা কৰে। তেওঁ প্রদর্শন...

October 6, 2025 8:50 PM

views 36

নতুন দিল্লীত আজি @150 ইউনিটী মার্শ্বৰ আয়োজন

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত আজি @150 ইউনিটী মার্শ্বৰ আয়োজন কৰা হয়। কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালপত তেওঁ কয় যে এই ইউনিটী মার্শ্বৰ দ্বাৰা কেৱল স্মৃতিক সোঁৱৰণ কৰাই নহয়, বৰঞ্চ ...

October 6, 2025 8:46 PM

views 48

মেৰী, ই. ব্রাংক’, ফ্রেড ৰেমছডেল, শ্বিমন চাকাগুচিলৈ ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দিশত যুগান্তকাৰী আৱিষ্কাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী মেৰী, ই. ব্রাংক' আৰু ফ্রেড ৰেমছডেলৰ লগতে জাপানৰ শ্বিমন চাকাগুচিক ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে আমাৰ শৰীৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা সহস্রাধিক অণুজীৱৰ পৰা ৰোগ প্ৰতিৰোধ প্...

October 6, 2025 8:43 PM

views 91

বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ অভিনন্দন জ্ঞাপন

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব...

October 6, 2025 8:39 PM

views 49

অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন

অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে আজি ২৪৩জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত নির্বাচনী আচৰণ বিধি বলবৎ হৈছে। নতুন দিল্লীত আজি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ ...

October 6, 2025 2:12 PM

views 44

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আজিৰে পৰা আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংরক্ষক ড০ বিনয় গুপ্তাই আজি উদ্যানখনত আয়োজিত এটা অনুষ্ঠানত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰে। অনুষ্ঠানত মঙলদৈ বন্যপ্রাণী সংমণ্ডল বিষয়া ড০ প্ৰদীপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।