ৰাষ্ট্ৰীয়

October 7, 2025 8:10 PM

views 50

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত অসম আৰু গুজৰাটলৈ ৭০৭ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্যত অনুমোদন

কেন্দ্ৰই অগ্নি নির্বাপণ সেৱাৰ আধুনিকীকৰণ তথা বিকাশৰ বাবে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত হাৰিয়ানা, মধ্য প্রদেশ আৰু ৰাজস্থানলৈ ৯০৩ কোটি টকা বিত্তীয় সাহায্য মঞ্জুৰ কৰিছে। গৃহ মন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চ পৰ্য্যায়ৰ সমিতিয়ে এই অনুমোদন জনায়। নির্দিষ্ট ধনৰাশিৰ ভিতৰত ১১৭কোটিতকৈও...

October 7, 2025 8:03 PM

views 40

ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে চি পি ৰাধাকৃষ্ণণৰ বৈঠক

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণ আজি ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। যোৱা মাহত ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে শ্ৰীৰাধাকৃষ্ণণৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে প্ৰথমখন বৈঠক। বৈঠকত ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাটো...

October 7, 2025 8:00 PM

views 39

ৰে’ল বিভাগৰ চাৰিটা প্ৰকল্পত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২৪ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া ৰে'ল বিভাগৰ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্রকল্পসমূহৰ ভিতৰত ভূচাৱাল-বৰ্ধা তৃতীয় আৰু চতুর্থ লাইন, গোন্দিয়া-দ'নগৰৰ্গঢ় চতুর্থ লাইন, বডোডৰা-ৰাটলাম তৃতীয় আৰু চতুর্থ লাইন তথা ইটার্জী-ভূপাল-বিনা চতুর্থ লাইন উ...

October 7, 2025 7:38 PM

views 71

আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা

চীপ ব্যৱহাৰৰ দ্বাৰা কোৱাণ্টাম পদার্থ বিজ্ঞানৰ ক্রিয়াশীল ৰূপৰ প্ৰদৰ্শনৰ অভূতপূর্ব পৰীক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞানী তিনিগৰাকীৰ গৱেষণাৰ ফলত কোৱান্টাম কম্পিউটাৰ, কোৱাণ্টাম সংবেদনগ্রাহক আৰু কোৱাণ্টাম সংকেতবিদ্যাৰ অগ্ৰগতি...

October 7, 2025 4:03 PM

views 66

কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত ড° এছ জয়শংকৰৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে দায়ৱদ্ধ কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ‘ভাৰতৰ আস্থা আৰু সুৰক্ষা মহোৎসৱ’ত অংশগ্ৰহণ কৰি ড° জয়শংকৰে কয়, যে আহিবলগীয়া দিনবোৰত কৃত্রিম বুদ্ধিমত্তাই অৰ্থনীতিৰ সংস্কাৰ সাধ...

October 7, 2025 4:00 PM

views 58

প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাৰ উল্লেখনীয় অগ্রগতি

–প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাই আঁচনি আৰু ঘোষণাৰ পৰ্যায় অতিক্ৰম কৰি কাৰ্যকৰিতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত এইদৰে মত প্ৰকাশ কৰে। ৰাজধানী মহানগৰীখনত আয়োজিত ‘ৰক্ষা নৱচাৰ সংবাদ' কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰতিৰক্ষ...

October 7, 2025 3:57 PM

views 52

আজি বাল্মিকী জয়ন্তী

■ দেশৰ বিভিন্ন প্ৰান্তত আজি বাল্মিকী জয়ন্তী উদযাপন কৰা হৈছে। এই দিৱসত মহাকাব্য ৰামায়ণৰ ৰচক মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী উপলক্ষ্যে পালন কৰা হয়। মহর্ষি বাল্মিকিক ‘আদি কবি’ বা সংস্কৃত ভাষাৰ প্রথম কবি হিচাপেও উপাসনা কৰা হয়। বাল্মিকী পন্থাৰ সদস্যসকলেও তেওঁক ঈশ্বৰৰ দূত হিচাপে শগণ্য কৰে আৰু পৰম ভক্তি...

October 7, 2025 3:52 PM

views 71

দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো হ'ব দেশৰ সৰ্ববৃহৎ গ্রীণফিল্ড বিমান ...

October 7, 2025 12:08 PM

views 55

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন

■ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই ল...

October 7, 2025 11:57 AM

views 93

ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এন চি বি আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত

● ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ লক্ষ্যৰে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি) আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি নতুন দিল্লীত এনচিবিৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গ আৰু এছএছবিৰ সঞ্চালকপ্রধান সঞ্জয় সিংঘালে এই সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ মূল লক্ষ্য ...