ৰাষ্ট্ৰীয়

October 8, 2025 9:23 PM

views 26

ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মান আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাৰ

আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাই ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মানিত কৰিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মণ্ডাভিয়াই আজি নতুন দিল্লীত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সামাজিক সুৰক্ষা সামৰি লোৱা লোকৰ ...

October 8, 2025 9:21 PM

views 48

ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰ

প্ৰথমবাৰৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰে ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগ কৰাৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত কৰিছে। ভ্ৰমণৰ আজি প্রথম দিনা মুম্বাইত উদ্যোগপতিসকলক উদ্দেশ্যি দিয়া ভাষণত ব্ৰিটেইনৰ প্ৰধানমন...

October 8, 2025 9:11 PM

views 74

১৯,৬৫০ কোটি টকা ব্যয়সাপেক্ষে নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিমান পৰিবহন আন্তঃগাঁথনি খণ্ডত নতুন ইতিহাসৰ সূচনা কৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বিমান বন্দৰটোৰ বাণিজ্যিক সেৱা অহা ডিচেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে একাধিক আন্তঃৰাষ্ট্ৰী...

October 8, 2025 8:22 PM

views 50

আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

ধাৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। চুচুমু কিটাগাৱা, ৰিছাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘি নামৰ এই বিজ্ঞানীকেইগৰাকীয়ে গেছ আৰু অন্য ৰসায়ন প্ৰৱাহিত হ'ব পৰা বৃহৎ ব্যৱধানবিশিষ্ট আণৱিক পৰিকাঠা...

October 8, 2025 7:15 PM

views 64

ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত এছিয়াৰ সৰ্ববৃহৎ দূৰসংযোগ, মিডিয়া আৰু প্রযুক্তি সন্মিলন ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয়, যে দূৰসংযোগ খণ্ডত দেশৰ সাফল্যই আত্ম-নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ শক্তিকে সূচায়। তেওঁ কয়, যে এসময়ত টু জি প্ৰযুক্তিৰ ক্ষেত্...

October 8, 2025 7:11 PM

views 46

অপাৰেচন সিন্দূৰৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া বুলি এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিঙৰ প্ৰকাশ

বায়ুসেনা বাহিনীৰ মুৰব্বী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিঙে বায়ু সেনা বাহিনীয়ে অপাৰেচন সিন্দূৰৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া বুলি প্ৰকাশ কৰিছে। গাজিয়াবাদৰ হিন্দন বায়ু সেনা ঘাটিত বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বায়ুসেনা বাহিনীৰ মুৰীগৰাকীয়ে আজি এইদৰ...

October 8, 2025 7:09 PM

views 82

ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম ঐতিহাসিক ভ্রমণসূচীৰে ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰলৈ আদৰণি জনাইছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে, যে তেওঁ শ্ৰীকীৰৰ সৈতে কাইলৈ হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী আজি দুদিনীয়া ভ্ৰমণসূচীৰে ...

October 8, 2025 7:06 PM

views 119

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। ভাৰতক আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ লক্ষ্যৰ আধাৰত শ্ৰীমোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায় মুকলি কৰিব। ভাৰতৰ সৰ্ববৃহৎ সেউজ ক্ষেত্ৰ বিমান বন্দৰ হিচাপে পৰিগণ...

October 8, 2025 7:05 PM

views 34

চাৰ্জিঅ’গ’ৰক ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি  

চাৰ্জিঅ'গ'ৰক ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। দেশখনৰ উচ্চ সদন চিনেটে কালি ১০৭ গৰাকী মনোনীত ব্যক্তিৰ মাজৰ পৰা শ্ৰীগৰৰ নাম নিশ্চিত কৰে।

October 8, 2025 7:03 PM

views 63

লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গৃহমন্ত্রী অমিত শ্বাহে আজি স্বাধীনতা সংগ্রামী লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে কয়, যে জয় প্রকাশ নাৰায়ণে সেই সময়ৰ দেশৰ যুৱ প্ৰজন্মক স্বৰাজ সংগ্ৰামৰ সৈতে সংযুক্ত কৰি দেশে স্বাধীনতা লাভ কৰাৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।