September 2, 2026 7:07 PM
3
আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাত এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাতো আজি এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা ...