July 7, 2026 6:19 PM

views 12

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত গুলীয়াগুলিৰ ঘটনা

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত কালি হোৱা গুলীয়াগুলিৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ ৩০ জন লোকে বনাঞ্চল ধ্বংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দল...

July 7, 2026 6:07 PM

views 9

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেছিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্রতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্রতিদ্...

July 7, 2026 6:01 PM

views 10

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিধানসভাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিব...

July 7, 2026 5:28 PM

views 12

জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি

জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণ স্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্...

July 7, 2026 1:05 PM

views 8

ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইছ পি ভি টীকা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইছ পি ভি টীকা প্ৰদান কৰা হৈছে। জিলাখনৰ ১৪ৰ পৰা ১৫ বছৰৰ সকলো কিশোৰীক এইছ পি ভি প্রতিষেধক যোৱা জানুৱাৰী মাহৰ পৰা দি থকা হৈছে। জিলাখনৰ সকলো চিকিৎসালয়, প্রাথমিক স...

July 7, 2026 1:02 PM

views 16

জোনাইত লেকু নৈৰ খহনীয়াৰ বাবে পবাৰ লগতে কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি

অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইত লেকু নৈৰ খহনীয়াই প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত পবাৰ বহু মূল্যবান গছগছনি, নাৰ্ছাৰী নৈত জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূর্ণ অঞ্চলসমূহলৈ বিপদে দেখা দিছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি লেকু...

July 7, 2026 12:58 PM

views 8

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত অনুষ্ঠিত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এইবাৰ কলা শাখাত সৰ্বমুঠ ১৭ হাজাৰ ৯৯৫ গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৬ হাজাৰ ৬৫১...

July 7, 2026 12:50 PM

views 11

নীতিন গাডকাৰীৰ সভাপতিত্বত নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ পর্যালোচনা বৈঠকত

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সমগ্ৰ দেশতে বিকশিত হৈ থকা মাল্টি মডেল লজিষ্টিক পার্ক, ৰ'পৱে, ইন্টাৰম’ডাল ষ্টেচন, আৰু ৱে চাইড এমিনিটিৰ প্ৰকল্প পৰ্যায়ৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকৰ সময়ত মন্ত্...

July 7, 2026 12:47 PM

views 9

সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে- অমিত শ্বাহ

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয় যে বিগত পাঁচ বছৰত সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে। নতুন দিল্লীত সহযোগিতা মন্ত্ৰালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি শ্রী শ্বাহে কয় যে ২০২১ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এ...

July 7, 2026 12:41 PM

views 9

আজি নতুন দিল্লীত ১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান

১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্রথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষাৰ...