July 9, 2026 11:49 AM
6
মেলবর্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আলোচনা
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মেলবর্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাৰ মাজৰ আলোচনাই বাণিজ্য, প্ৰতিৰক্ষা, গুৰুত্বপূর্ণ প্রযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্রত সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত-অষ্ট...