July 7, 2026 1:05 PM

views 8

ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইছ পি ভি টীকা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইছ পি ভি টীকা প্ৰদান কৰা হৈছে। জিলাখনৰ ১৪ৰ পৰা ১৫ বছৰৰ সকলো কিশোৰীক এইছ পি ভি প্রতিষেধক যোৱা জানুৱাৰী মাহৰ পৰা দি থকা হৈছে। জিলাখনৰ সকলো চিকিৎসালয়, প্রাথমিক স...

July 7, 2026 1:02 PM

views 15

জোনাইত লেকু নৈৰ খহনীয়াৰ বাবে পবাৰ লগতে কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি

অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইত লেকু নৈৰ খহনীয়াই প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত পবাৰ বহু মূল্যবান গছগছনি, নাৰ্ছাৰী নৈত জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূর্ণ অঞ্চলসমূহলৈ বিপদে দেখা দিছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি লেকু...

July 7, 2026 12:58 PM

views 8

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত অনুষ্ঠিত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এইবাৰ কলা শাখাত সৰ্বমুঠ ১৭ হাজাৰ ৯৯৫ গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৬ হাজাৰ ৬৫১...

July 7, 2026 12:50 PM

views 11

নীতিন গাডকাৰীৰ সভাপতিত্বত নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ পর্যালোচনা বৈঠকত

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সমগ্ৰ দেশতে বিকশিত হৈ থকা মাল্টি মডেল লজিষ্টিক পার্ক, ৰ'পৱে, ইন্টাৰম’ডাল ষ্টেচন, আৰু ৱে চাইড এমিনিটিৰ প্ৰকল্প পৰ্যায়ৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকৰ সময়ত মন্ত্...

July 7, 2026 12:47 PM

views 9

সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে- অমিত শ্বাহ

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয় যে বিগত পাঁচ বছৰত সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে। নতুন দিল্লীত সহযোগিতা মন্ত্ৰালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি শ্রী শ্বাহে কয় যে ২০২১ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এ...

July 7, 2026 12:41 PM

views 9

আজি নতুন দিল্লীত ১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান

১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্রথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষাৰ...

July 7, 2026 12:35 PM

views 8

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা ওড়িশাৰ ভুৱনেশ্বৰত জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহ শক্তিশালীকৰণৰ লক্ষ্যৰে দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে কর্মশালাখন উদ্বোধন কৰিব। এই কৰ্মশালাত প্রায় ২০০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ ল'ব। এ...

July 7, 2026 12:32 PM

views 21

চামৰা আৰু জোতা খণ্ডই ভাৰতীয় অৰ্থনীতিত মূল অৰিহণা যোগাই আহিছে বুলি পীয়ুষ গোৱেলৰ প্রকাশ

ভাৰতৰ চামৰা আৰু জোতা-চেণ্ডেল খণ্ডই বছৰি চাৰি দশমিক পাঁচ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে । এই উদ্যোগখণ্ডৰ জৰিয়তে ব্ৰিটেইন, ওমান আৰু সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰৰ সৈতে কৰা মুক্ত বাণিজ্য চুক্তিৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা ভাৰত লাভবান হ'ব। নতুন দিল্লীত কালি অনুষ্ঠিত কাউন্সিল ফৰ লেডাৰ এক্সপোৰ্টছ এক্সিলে...

July 7, 2026 12:29 PM

views 7

দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত আজি কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ও ছুবিয়ানটোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনা কালত তেওঁ দেশদুখনৰ বৈদেশিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায় অন্বে...

July 7, 2026 12:21 PM

views 10

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগীতাত স্পেইন, ইংলেণ্ড আৰু বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগীতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইনে পর্তুগালক ১-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। ২০১০ চনত দক্ষিণ আফ্ৰিকাত একমাত্র বিশ্বকাপ ...