July 13, 2026 12:43 PM

views 6

বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আর্জেন্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আ...

July 13, 2026 12:40 PM

views 7

উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ য়ানিক ছিনাৰৰ খিতাপ জয়

বিশ্বৰ শীর্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেৰভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছ...

July 13, 2026 12:35 PM

views 15

আন্তঃৰাষ্ট্ৰীয় পদার্থ বিজ্ঞান অলিম্পিয়াড আই পি এইচ অ’ ২০২৬ত ৫গৰাকী ভাৰতীয় ছাত্রৰ সোণৰ পদক লাভ

কলম্বিয়াৰ বুকাৰামংগাত অনুষ্ঠিত ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদার্থ বিজ্ঞান অলিম্পিয়াড আই পি এইচ অ' ২০২৬ত পাঁচগৰাকী ভাৰতীয় ছাত্রই সোণৰ পদক লাভ কৰিছে। এই যুৱ পদার্থ বিজ্ঞানীসকলে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। পুনেৰ কনিষ্ক জৈন, ইন্দোৰৰ ৰিদ্ধেশ অনন্ত বেণ্ডেলে, নতুন দিল্লীৰ ঋষিত গাৰ্গ, মুম্...

July 13, 2026 12:30 PM

views 15

গগনযান ক্রু মডিউল ব্যৱস্থাৰ তিনিটা ডাঙৰ পৰীক্ষা সফলতাৰে সম্পন্ন ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই গগনযান ক্রু মডিউল ব্যৱস্থাৰ তিনিটা ডাঙৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ইয়াৰ প্ৰথম পৰীক্ষাটো আছিল সাগৰত ছিটিকি পৰাৰ পিছত ক্রু মডিউলৰ বাবে উলম্ব অৱস্থান নিশ্চিত কৰা। ইয়াৰ বাবে এটা সংৰক্ষিত শীতল গেছ ভিত্তিক আপৰাইটিং ব্যৱস্থা বিকশিত কৰি পৰীক্ষা কৰা হৈছিল। দ্বিতীয় পৰীক্ষাটোত ...

July 13, 2026 12:27 PM

views 5

ইম্ফল পূব জিলাৰ লেইটানপকপি গাঁৱত সামুদায়িক সম্পর্ক কার্যসূচীৰ আয়োজন

অসম ৰাইফলছে সীমান্ত সুৰক্ষা বাহিনী আৰু মণিপুৰ আৰক্ষীৰ সহযোগত কালি ইম্ফল পূব জিলাৰ লেইটানপকপি গাঁৱত সামুদায়িক সম্পর্ক কার্যসূচী অনুষ্ঠিত কৰে। শান্তি আৰু একতা বজাই ৰখা, জনসাধাৰণৰ আস্থা শক্তিশালী কৰা তথা স্থানীয় লোক আৰু সুৰক্ষা বাহিনীৰ মাজত গঠনমূলক কার্য বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হয়। কাৰ্যস...

July 13, 2026 12:23 PM

views 8

২৬ জুলাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে মন কী বাত অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৬ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ ১৮০০-১১-৭৮০০ নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নবেন্দ্র মোদী অথবা মাই গভ ম...

July 13, 2026 12:21 PM

views 13

গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ অমৃত মহোৎসৱ

গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ অমৃত মহোৎসৱত আজি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব। সমবায় মন্ত্রালয়ে জনোৱা মতে এই কার্যসূচীৰ সময়ত শ্রী শ্বাহে 'এক পেড় মা কে নাম' অভিযানৰ অধীনত গছপুলি ৰোপণ কৰিব আৰু এপিএমচিৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰস্তুত কৰা এখন স্মৃতিগ্রন্থ উ...

July 13, 2026 12:13 PM

views 5

বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক-যুৱতী শীর্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পর্যায় মুকলি

যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে মেৰা যুবা ভাৰত প'ৰ্টেলৰ জৰিয়তে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক যুৱতী শীর্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পর্যায় মুকলি কৰিছে। এই অভিযানক অধীনত জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিযোগিতা অনুষ্ঠিত হ'ব। মন্ত্রালয়ে জনোৱা মতে ইয়াৰ বাবে আজিৰে পৰা...

July 13, 2026 12:07 PM

views 12

কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই ভাৰতৰ আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালন

ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্র দেশতে ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱাই থকা সকলো ভৱনত ৰাষ্টীয় পতাকা অর্ধনমিত কৰা ৰখা হ'ব। আজিৰ দিনটোত কোনোধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠা...

July 13, 2026 12:01 PM

views 15

আজিৰে পৰা কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলৰ স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ড ভ্ৰমণ

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে আজিৰে পৰা ১৭ জুলাইলৈ স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ ৰাওনা হোৱা এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে প্রকাশ কৰা মতে এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য, বিনিয়োগ, প্রযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাক গুৰুত্ব আৰোপ ...