July 13, 2026 8:17 PM
11
জগন্নাথ ৰথ যাত্ৰাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে
ওড়িশাৰ পুৰীত অহা ১৬ জুলাইত হ'বলগীয়া বিশ্ববিখ্যাত ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে। বর্তমান ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ‘স্নান পূৰ্ণিমাৰ পাছত পষেকজোৰা ‘আনাছাৰা'ত আছুতীয়াকৈ আছে, য'ত শ্রীমন্দিৰৰ ভিতৰত ৰাজ বৈদ্যসকলে পৰম্পৰাগত বনৌষধি চিকিৎসা প্রদান ক...