July 16, 2026 7:48 PM

views 2

বিহালীৰ অভয়াৰণ্যত সংঘটিত ঘটনা সন্দৰ্ভত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

বন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সীমা বিবাদৰ গইনা লৈ বন ধবংস আৰু ভূমি দখল কৰা দুর্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বন...

July 16, 2026 7:44 PM

views 6

গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্রশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্রিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্রুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰগঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ পুনৰগঠনৰ বাবে নিৰ্ধাৰিত স...

July 16, 2026 7:40 PM

views 2

ডিব্ৰুগড়ত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ কেইবাটাও কার্যসূচীত অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি ডিব্ৰুগড়ত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপাল শ্রী আচার্য জিলাখনৰ মনোহাৰি চাহবাগিচাত চাহ জনগোষ্ঠীয় মহিলা আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ অনুষ্ঠানত মিলিত হয়। তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাবে প্রাধান্য দি আহিছে। জনগোষ্ঠ...

July 16, 2026 7:32 PM

views 5

ৰাজ্যত পাঁচ বছৰীয়া সর্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰস্তুতি চলাইছে : মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে পাঁচ বছৰীয়া সর্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয় যে বিগত ১০ বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে পৰৱৰ্তী পর্যায়ত...

July 16, 2026 7:22 PM

views 2

BIMSTEC সদস্য ৰাষ্ট্ৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে গোলকীয় যোগান শৃংখলা বিঘ্নিতকৰণকে ধৰি অৰ্থনৈতিক প্রত্যাহ্বানসমূহৰ সৈতে যুঁজ দিয়াৰ বাবে BIMSTEC সদস্য ৰাষ্ট্ৰসমূহৰ ব্যাপক সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত BIMSTEC ৰাষ্ট্ৰীয় সুৰক্ষা মুৰববীসকলৰ পঞ্চম বৈঠকত ভাষণ দি শ্রীডোভালে কয়, যে গ...

July 16, 2026 6:42 PM

views 3

কাইলৈ দেশৰ প্ৰথমখন হাইড্র’জেন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰে'লৱে ষ্টেচনত জিন্দ আৰু শোনিপটৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্র'জেন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। হাইড্র'জেনক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি ইন্ধন কোষ প্রযুক্তিৰে এই ৰে'লখন চলোৱা হ'ব। এই প্রক্রিয়াত উপজাত দ্রব্য হিচাপে কেৱল জলীয় বাষ্প নির্গত ...

July 16, 2026 12:46 PM

views 4

অহা ২৫ জুলাইত গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচী

কৃষিমন্ত্রী পীযুষ হাজৰিকাই অহা ২৫ জুলাইত গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব...

July 16, 2026 12:45 PM

views 20

পুৰীত বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ

ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ-সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুন্দিছা ম...

July 16, 2026 12:31 PM

views 7

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰিব। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে হাৰিয়ানাৰ জিন্দ ৰে'লৱে ষ্টেচনত জিন্দ আৰু শোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰ'জেন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত ১৪ হাজাৰ ৭০০ কোটি টকা ব্যয়...

July 16, 2026 12:29 PM

views 8

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি, নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু যোগাযোগ পৰিকাঠামোৰ দ্বাৰা গঢ় লৈ উঠা সহযোগিতাৰ শক্তিশালী গতি ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আস্থা প্ৰকাশ কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ ব...