July 17, 2026 8:52 PM

views 3

নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ সামৰণি

নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্য্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে মুখ্য জনস্বাস্থ্য কাৰ্য্যসূচীসমূহৰ ৰূপায়ণৰ পৰ্যালো...

July 17, 2026 8:51 PM

views 8

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰাম মোহন নাইডু আৰু কিৰেণ ৰিজিজুও এই বৈঠকত উপস্থিত থাকে। বৈঠকত বর্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্...

July 17, 2026 8:45 PM

views 2

পেঞ্চন মোকদমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাঙ্গ সত্ৰত শনিবাৰে কেন্দ্ৰীয় ৰাজ্য মন্ত্রী জিতেন্দ্ৰ সিঙে ভাষণ দিব

কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত পেঞ্চন মোকদমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাঙ্গ সত্ৰত ভাষণ দিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই কর্মশালাই অংশীদাৰসকলৰ মাজত সহযোগিতা সুনিশ্চিত কৰি পেঞ্চন সম্বন্ধীয় মোকদমা উন্নত কৰাৰ...

July 17, 2026 8:44 PM

views 4

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্রিম বানৰ ফলত গুৱাহাটী যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী আহিবলগীয়া বাহনসমূহ সোনাপুৰৰ ডিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ...

July 17, 2026 7:16 PM

views 5

মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ

মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱ-নির্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈৰ পৰা পিলিক চৌধুৰী আন্ত...

July 17, 2026 7:10 PM

views 12

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে: বিমল বৰা

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয়, যে অহা ৩১ জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে, ৰাজ্যৰ উদ্যমী যু...

July 17, 2026 7:11 PM

views 5

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ

কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য দ্বীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখনৰ শুভাৰম্ভ...

July 17, 2026 7:04 PM

views 7

ৰাজ্যৰ জ্যেষ্ঠ এ চি এছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত

ৰাজ্যৰ জ্যেষ্ঠ এ চি এছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৰ্তব্যত অৱহেলা, উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত চক্ৰৱৰ্তীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয়। উল্লেখযোগ্য যে ২০১১ চনৰ ২২ জুলাইত বিষয়াগৰাকীক নিলম্বন কৰা হ...

July 17, 2026 6:55 PM

views 5

অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাবৰ জলন্ধৰ ছাউনী ৰে’ল ষ্টেচনৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰে। বিকশিত ভাৰতৰ বাবে আধুনিক ৰে’ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটী চেণ্টা...

July 17, 2026 6:38 PM

views 8

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ প্ৰদান

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয়, যে অহা ৩১ জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূর্ণ হ'ব। উল্লেখযোগ্য যে, ৰাজ্যৰ উদ্য...