July 18, 2026 11:02 AM

views 11

নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰেঃ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ আৰু কয়, যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচ...

July 18, 2026 11:00 AM

views 9

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ বিষয়ক আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ' বিষয়ক এটি লাইভ ফ'ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব।  অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শ...

July 18, 2026 9:42 AM

views 20

দেশৰ ২০খন ৰাজ্যত ৭৫টা ৰে’ল ষ্টেচন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ২০ খন ৰাজ্যৰ নৰূপত সজাই তোলা ৭৫ টা ৰে'ল ষ্টেচন মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ পুনৰ নিৰ্মাণ কাৰ্যসূচী অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে।  প্ৰায় এহেজাৰ ৫৭০ কোটি টকাৰে পু...

July 18, 2026 9:38 AM

views 2

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভাৰত-বাংলা সীমান্তৰ সমীপৰ বি এছ এফৰ অষ্টাদশ বেটেলিয়ানৰ জুমাগচ চকী পৰিদৰ্শন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভাৰত-বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ অষ্টাদশ বেটেলিয়ানৰ জুমাগচ চকী পৰিদৰ্শন কৰিব। পৰিদৰ্শন কালত শ্ৰী শ্বাহে চকীটোত নিয়োজিত বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব আৰু পাহাৰী সন্মিলনত ভাষণ দিব।  তেওঁ লগতে গছপুলি ৰোপণ, আধাৰশিলা...

July 18, 2026 9:35 AM

views 2

মহাৰাষ্ট্ৰৰ পুনেত তিনিটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে আজি ৰাজ্যখনৰ পুনেত তিনিটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভাগ ল'ব। এই তিনিটা প্ৰকল্পৰ ভিতৰত ২৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুনে-সম্ভাজিনগৰ গ্ৰীণফিল্ড এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়ৰূপে খৰাদি ...

July 18, 2026 9:34 AM

views 2

গাজাত এটা অন্ত্যেষ্টিক্ৰিয়াত সমৱেত লোকৰ ওপৰত ইজৰাইলৰ বিমান আক্রমণ; ৭জন নিহত, ২২জন আহত

গাজাত কালি এটা অন্ত্যেষ্টিক্ৰিয়াত সমৱেত লোকসকলৰ ওপৰত ইজৰাইলে চলোৱা বিমান আক্রমণত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ২২ জন লোক আহত হয়। নুছেইৰাট শৰণাৰ্থী শিবিৰৰ আৱদা হাস্পতালে নিহত আৰু আহত লোকসকলৰ সংখ্যা নিশ্চিত কৰিছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত ইজৰাইলৰ সেনাই কোনো তাৎক্ষণিক মন্তব্য প্ৰকাশ কৰা নাই । ইজৰাইল আ...

July 18, 2026 9:32 AM

views 17

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ইংলেণ্ড-ফ্ৰান্স

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা...

July 17, 2026 9:09 PM

views 2

চণ্ডীগড়ত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্য সেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। চণ্ডীগড়ত থকা পাঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমোদীয়ে ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক...

July 17, 2026 8:58 PM

views 2

পাঞ্জাৱৰ জলন্ধৰত ৫,৪৭০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়ন প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰত ৫,৪৭০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়ন প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলন্ধৰ কেণ্টকে ধৰি পুনৰ বিকশাই তোলা ৭৫ টা ৰে'ল ষ্টেচন মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কয়, যে কেন্দ্...

July 17, 2026 8:55 PM

views 4

‘‘প্রধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা’’- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰণে কৈছে, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ পালনাড়ু ...