July 17, 2026 6:34 PM
7
বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত
বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ইয়াৰ পিছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজি সম...