September 12, 2026 4:51 PM

views 11

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ’বঃ প্ৰহ্লাদ যোশী

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ'ব। সামাজিক মাধ্যমযোগে কেন্দ্রীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ব্ৰিক্‌ছ সন্মিলনৰ আপাহতে বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাটো দেশৰ বাবে অতি গৌৰৱৰ বিষয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ উদ্ভাৱনৰ ক্ষেত্ৰখন ত্বৰান্বিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে দেশৰ এই উদ্ভাৱন যাত্ৰাই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাই...

August 21, 2026 6:38 PM

views 37

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমর্থনৰ বাবে প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰী যোশীয়ে এছ এন এ- স্পৰ্শ...

August 6, 2026 6:07 PM

views 30

প্রধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে: শক্তিমন্ত্রী প্রহ্লাদ যোশী

প্রধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্মিলন আৰু প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্ৰতি ১৯ লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্ৰীযোশীয়ে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্ৰী কৰি ৪২১ কোটি টকা উপাৰ্জন কৰিছে। অজীৱাষ্ম ইন্ধন সামর্থ সন্দৰ্ভত মত প্ৰকাশ কৰি ম...

July 4, 2026 8:33 PM

views 26

ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত প্রধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্রহ্লাদ যোশীয়ে লিখা এটা প্রবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয়, যে অংশীদাৰসকলৰ সৈতে বিশদ আলোচনা কৰাৰ পাছত ই-জাগৃতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল সংস্কাৰ ব্যৱস্থাৰ অধীনত গ্ৰাহকসকলৰ ন্যায় প্ৰদানৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ই-জাগৃতি মঞ্চ সন্দৰ্ভত লিখা এটা প্ৰবন্ধত শ্...

June 4, 2026 8:21 PM

views 28

অজৈবিক ইন্ধন উৎপাদনত ভাৰত বিশ্বৰ অন্যতম শীর্ষ দেশ হিচাপে পৰিগণিত হৈছে : প্রহ্লাদ যোশী

কেন্দ্রীয় নতুন আৰু নৱীকৰণ যোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে অজৈবিক ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীর্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। প্রধানমন্ত্রী সূর্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনিৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত ইতিমধ্যে এক কোটি বাসগৃহৰ মুধচত সৌৰ পেনেল স্থাপন কৰা হৈছে। শ্রী যোশীয়ে প্রকাশ কৰে যে, দেশৰ জনসাধাৰণে তেওঁলোকৰ ঘৰৰ মূধচতে কোনো ধৰণৰ বিদ্যুৎ মাচুল অবিহনে যে দৈনন্দিন...

January 20, 2026 11:30 AM

views 76

কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচন সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ প্ৰতিক্ৰিয়া

কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত এটা পশ্চাদগামী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয়, যে কর্ণাটক চৰকাৰে দশকজোৰা প্ৰগতিক অৱমূল্যায়ন কৰি এটা মিছা বক্তব্যক প্ৰমাণিত কৰাৰ চেষ্টা কৰিছে। তেওঁ কয়, যে ই ভি এম অহাৰ পাছত বুথ জালিয়াতি অথবা বুথ লুণ্ঠনৰ দৰে বিষয়সমূহ পুৰণা হৈ পৰিল। আনকি জ্ঞান, দৃষ্টিকোণ আৰু ব্যৱহাৰ সন্দৰ্ভত কৰ্ণাটক চৰকাৰৰ শেহতীয়া সমীক্ষাত জনসাধাৰণে ই ভি এমত অ...

December 3, 2025 4:01 PM

views 63

দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে: প্রহ্লাদ যোশী

কেন্দ্ৰীয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্রহ্লাদ যোশীয়ে কয় যে দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্রশ্নৰ উত্তৰ দি শ্ৰী যোশীয়ে কয় যে বৰ্তমানলৈ ২০ কোটি ৫৮ লাখ পৰিয়ালক প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰায় আটাইবোৰেই ডিজিটেল কৰি তোলা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধীকাৰীসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা ২...

September 5, 2025 9:07 PM

views 52

শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুতৰ বাবে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুত কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এই নতুন নীতিয়ে ভূতাপীয় শক্তি উপযুক্তভাৱে ব্যৱহাৰ তথা সুচল কৰা আৰু উদ্যোগৰ বাবে উপযোগী কৰি গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। নতুন দিল্লীত আজি ভূতাপীয় শক্তিৰ সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক এই নির্দেশ দ...

May 24, 2025 3:56 PM

views 72

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ প্রহ্লাদ যোশী

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত শক্তিশালী ভাৰতৰ বাবে সেউজ উত্তৰ-পূব, নবীকৰণযোগ্য শক্তিৰ বিকাশ বিষয়ক মন্ত্রী পৰ্যায়ৰ সত্ৰত ভাষণ দি শ্রীযোশীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবত অভূতপূর্ব উন্নয়ন পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূবত অ...

March 26, 2025 7:16 PM

views 59

খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ : প্ৰহ্লাদ যোশী

খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। লোকসভাত আজি কেইটামান পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্যত ভেজালকৰণ সন্দৰ্ভত অভিযোগ পালে চৰকাৰে লগে লগেই এই বিষয়ে অনুসন্ধানৰ ব্যৱস্থা কৰে আৰু কোনো খাদ্যসামগ্ৰী জনসাধাৰণৰ সেৱনৰ বাবে অনুপযোগী বিবেচিত হ'লে তেনে অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰি এনে ঘটনাৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে । খাদ্যসামগ্ৰী পৰীক্ষণৰ বাবে সমগ্র দেশত...