August 2, 2026 10:44 AM

views 37

কমনৱেলথ ক্রীড়া প্রতিযোগিতাত ১৬টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত

গ্লাছগত অনুষ্ঠিত কমনৱেলথ ক্রীড়া প্রতিযোগিতাৰ দশম দিনা কালি ১৬টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। ভাৰতে এতিয়ালৈকে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক লাভ কৰিছে। ভাৰতে কমনৱেলথ গেমছৰ বক্সিং শিতানত সর্বোৎকৃষ্ট প্রদৰ্শনেৰে অভিলেখ সংখ্যক ৭টা সোণ আৰু তিনিটা ৰূপৰ পদক অৰ্জন কৰি পদক তালিকাৰ শীৰ্ষ স্থানত আছে।  অংকুশ পংঘলে ইংলেণ্ডৰ ডিমেজি চিটুক পুৰুষৰ ৮০ কিলোগ্রাম শাখাৰ ফাইনেলত ৪-১ ব্যৱধানত আৰু শচীন ছিৱাছে নামিবিয়াৰ ত্ৰিয়াগেইন মর্নিং এণ্ড ডেভেলক ৬০ কিলোগ্রাম ওজন শাখাত ৩-২ ব্যৱধান...

August 1, 2026 8:24 PM

views 20

কমনৱেলথ গেমছত ভাৰতৰ জেছমিন লম্ব’ৰিয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন

কমনৱেলথ গেমছত ভাৰতৰ জেছমিন লম্ব’ৰিয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্রীতিয়ে আজি মহিলাৰ বক্সিঙৰ ৫৪ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট দেলগাদোক ৫০ ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেছমিনে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক ৫-০ ফলাফলত পৰাস্ত কৰে।  ইপিনে ভাৰতৰ প্ৰবীন চিত্ৰাৱেলে ত্রিপল জাম্পত ৰূপৰ পদক আৰু ছেলভা প্ৰভুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত সম্প্ৰতি ৭টা সোণ, ১৩টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থ...

July 31, 2026 10:01 PM

views 18

কমনৱেলথ গেমছৰ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰ

ভাৰতীয় বক্সিং খেলুৱৈ প্ৰীতি পাৱাৰ গ্লাচগ'ত চলি থকা কমনৱেলথ গেমছৰ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰীতিয়ে আজি জাম্বিয়াৰ কেথৰীণ মাৱাপেক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।  ইয়াৰ ফলত ভাৰতৰ এটা ৰূপক পদক লাভ কৰাত নিশ্চিত হৈ পৰে৷ খেলুৱৈগৰাকীয়ে কাইলৈ ফাইনেলত কানাডাৰ স্কাৰলেত দেলগাদোৰ বিৰুদ্ধে খেলিব। ভাৰতে এতিয়ালৈ ৩ টা সোণ, ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৭ টা পদক লাভ কৰিছে।

July 29, 2026 10:06 PM

views 21

কমনৱেলথ গেমছৰ বক্সিঙত মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত

গ্লাচগ'ত অনুষ্ঠিত কমনৱেলথ গেমছৰ বক্সিঙত আজি মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ হকে কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। সাক্ষীয়ে কোৱাৰ্টাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ কেইটলীন ফ্ৰায়াৰ্ছক ৫-০ ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে।  সাক্ষী- লাভলীনা বৰগোহাই, প্ৰীতি পাৱাৰ, প্ৰিয়া ঘনঘাছ আৰু যদুমণি সিঙৰ পাছত এইবাৰৰ কমলৱেল্‌ছ গেমছত দেশৰ হকে পদক নিশ্চিত কৰা পঞ্চমগৰাকী ভাৰতীয় বক্সাৰ। ইয়াৰ পূৰ্বে গুলবীৰ সিঙে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰি ...

July 27, 2026 9:25 PM

views 25

কমনৱেলথ গেমছত ভাৰোত্তোলক ৰাজা মুথুপন্দিৰ ৰূপৰ পদক অৰ্জন

গ্লাচগোত চলি থকা কমনৱেলথ গেমছ ২০২৬ত ভাৰোত্তোলক ৰাজা মুথুপন্দিয়ে আজি পুৰুষৰ ৬৫ কেজি শাখাত ২৮৬ কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুধুপন্দিক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে।  সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰাজা মধুপন্দিৰ সফলতা দেশে গৌৰৱবোধ কৰিছে। তেওঁ মুথুপন্দিৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুধুপন্দিৰ সফলতাত প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰবান্বিত...

July 23, 2026 9:56 PM

views 17

গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত অসম কন্যা লাভলীনা বৰগোঁহাইৰ

অসম কন্যা লাভলীনা বৰগোঁহায়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি ৭৫ কিলোগ্রাম ওজন শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে।  লাভলীনা অহা ৩১ জুলাইত ছেমি ফাইনেলত টুভালুৰ টুভালাৰ তাৰণ তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

July 22, 2026 7:48 PM

views 18

গ্লাছগ’ত কাইলৈৰ পৰা কমনৱেলথ গেমছ; উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলক নেতৃত্ব দিব লাভলীনা বৰগোহাঁই আৰু মীৰাবাঈ ছানুৱে

গ্লাছগ’ত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেল্থ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুয়ে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে।  এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে ৪৮ গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা তিনি তাৰকা খেলুৱৈ হ'ল- অলিম্পিক পদক বিজয়ী নীজ চোপ্ৰা, মীৰাবাঈ চ...

July 21, 2026 7:52 PM

views 18

কমনৱেল্থ গেমছৰ উদ্বোধনী অনুষ্ঠানত লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুৰ ভাৰতীয় দলক নেতৃত্ব

 গ্লাছগ’ত পৰহিলৈ হ'বলগীয়া কমনৱেল্থ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুয়ে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে ৪৮ গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা তিনি তাৰকা খেলুৱৈ হ'ল- অলিম্পিক পদক বিজয়ী নীজ চোপ্ৰা, মীৰাবাঈ চানু ...

July 21, 2026 1:16 PM

views 22

কমলৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগত উপস্থিত

পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগত অনুষ্ঠিত হ'বলগীয়া কমলৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্ৰতিদ্বন্দ্বিতা কৰিব।  ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে ৪৮ গৰাকী মহিলা খেলুৱৈ আছে। মুঠ ৩২ জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত ১৪ জনকৈ তথা ভাৰোত্তোলনত ১২ জন খেলুৱৈ আছে।  দলত থকা তিনি তাৰকা খেলুৱৈ হ'ল- ...

October 16, 2025 9:48 AM

views 54

গুজৰাটৰ আহমেদাবাদক ২০৩০ বৰ্ষৰ কমনৱেল্‌থ গেমছ ক্রীড়া সমাৰোহৰ আয়োজক চহৰৰূপে প্ৰক্ষেপ

গুজৰাটৰ আহমেদাবাদক ২০৩০ বৰ্ষৰ কমনৱেল্থ গেমছ ক্রীড়া সমাৰোহৰ আয়োজক চহৰৰূপে প্ৰক্ষেপ কৰা হৈছে। কমনৱেল্থ ক্ৰীড়াৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়। কমনৱেল্থ ক্রীড়া আন্দোলনে শতবৰ্ষত ভৰি দিয়াৰ সময়ত ভাৰতত এই সংস্কৰণৰ আয়োজনৰ পদক্ষেপ ঐতিহাসিকৰূপে বিবেচিত হৈছে। অহা মাহত কমনৱেল্থ ক্ৰীড়াৰ সাধাৰণ সভাত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰ, গুজৰাট চৰকাৰ আৰু ভাৰতীয় কমনৱেল্‌থ গেমছ এছ’চিয়েচনে সন্মিলিত ৰূপত আহমেদাবাদত ২০৩০ চনত এই ক্রীড়া প্রতিযোগিতা আয়োজনৰ প্ৰস্তাৱ দ...