খেল

November 16, 2025 8:27 PM

views 67

নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ

কর্পোৰেট পৰিক্ৰমা ৰাজ্যমন্ত্রী হর্ষ মালহোট্রাই আজি নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ কৰে। সংসদ খেল মহোৎসৱ ২০২৫ৰ অংশৰূপে আয়োজন কৰা এই অনুষ্ঠানত ছহেজাৰৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ কৰা মতে পথ সুৰক্ষা, সুস্বাস্থ্য আৰু যুৱক-যুৱতীৰ অংশগ্রহণক মূল বি...

November 16, 2025 11:31 AM

views 50

নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত ১৮ খন দেশৰ ১৩০ গৰাকী বক্সাৰে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব

বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা আজিৰে পৰা অহা ২০ নৱেম্বৰলৈ নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ব্রাজিল, পোলেণ্ড আৰু কাজাখস্তানত অনুষ্ঠিত তিনিখন বিশ্বকাপৰ পিছত এই বিশ্বকাপ ফাইনেল হৈছে ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ছিৰিজ ছিজনৰ চূড়ান্ত খেল। এই প্রতিযোগিতাত ১৮ খন দে...

November 15, 2025 7:58 PM

views 55

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত উপনীত হৈছে। দক্ষিণ আফ্রিকাই আজি দ্বিতীয় দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত ৭টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ সংগ্ৰহ কৰি খেলি আছিল। আজিৰ খেলত টেম্বা বাবুমা ২৯ আৰু কৰ্বিন বছে ১ ৰাণ কৰ...

November 14, 2025 10:02 PM

views 54

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ তিনিটা সোণৰ পদক লাভ

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ প্রতিযোগিতাত আজি ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰেকৰ্ভ শাখাত দুটা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত এটা সোণৰ পদক লাভ কৰিছে। দেশৰ ...

November 14, 2025 9:20 PM

views 84

গুৱাহাটীৰ চচলত অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ উদ্যোগত সদৌ অসম টেনিছ সন্থাই গুৱাহাটীত দুখনকৈ আন্তর্জাতিক প্রতিযোগিতাৰ আয়োজন কৰিছে। অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখন ১৮ বছৰৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত...

November 14, 2025 12:11 PM

views 63

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। খেলখন কিছুসময় পাছতে আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পাছত শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়া...

November 13, 2025 8:17 PM

views 59

কাইলৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হ'ব। শৃংখলাটোত দুয়োটা দলৰ মাজত দুখন খেল অনুষ্ঠিত হ'ব। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত ছিজনৰ বাবেও গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। শৃংখলাৰ দ্বিতীয় তথা...

November 13, 2025 12:36 PM

views 68

আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছৰ পুৰুষ আৰু মহিলাৰ চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত

■ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ সকলো শাখাৰে চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত হ'ব। পুৰুষৰ ৪৫ বছৰ উৰ্ধৰ একক শাখাত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কাৰ বিপৰীতে জার্মান খেলুৱৈ ডেনিয়েল জন ফাইনেলত অৱতীৰ্ণ হ...

November 12, 2025 9:03 PM

views 61

আই টি এফ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ একক তথা ডাবলছৰ সকলো শাখাৰ কাইলৈ চূড়ান্ত খেল

অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্রকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ টি টু হান্ড্রেদ আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ সকলো শাখাৰে চূড়ান্ত খেল কাইলৈ অনুষ্ঠিত হ'ব। প্রতিযোগিতাখনৰ সঞ্চালকৰ দায়িত্বত থকা অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এই কথা সদৰি কৰে। পু...

November 11, 2025 7:52 PM

views 80

দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত

দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত হৈছে। ৬ টা দল ভাৰত, শ্রীলংকা, আমেৰিকা, নেপল, অষ্ট্ৰেলিয়া আৰু পাকিস্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ অহা ২৩ অক্টোবৰত অন্ত পৰিব। শ্ৰীলংকাৰ কলম্বো ত ফাইনেল মেচ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।