খেল

August 16, 2025 8:19 PM

views 40

ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱ

ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱৰ আয়োজন কৰিছে। ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ চলিত বৰ্ষৰ এছিয়ান অ'পেন শর্ট ট্রেক স্পীড স্কেটিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত এছিয়াৰ ১১ খনতকৈও অধিক দেশে অংশগ্রহণ কৰ...

August 16, 2025 8:12 PM

views 41

অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং

ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ৫৪ মিনিট ধৰি চলা তীব্র প্রতিদ্বন্দিতামূলক ছেমিফাইনেল খেলত ইজিপ্তৰ নৌৰ খাফাগিক ১০-১২, ১১-৫, ১১-৫, ১০-১২, ১১-৭ ফলাফলত পৰাস্ত কৰে। আঘাটসত্বেও আনাহাটে খেলখনত সুন্দৰ খ...

August 16, 2025 8:08 PM

views 43

আমেৰিকা যুক্তৰাষ্ট্ৰই অহাবৰ্ষত অনুষ্ঠিত হ’বলগা ১৯ বছৰ অনুৰ্ধ পুৰুষৰ বিশ্বকাপৰ মূল পর্বত খেলাৰ বাবে যোগ্যতা অৰ্জন

আমেৰিকা যুক্তৰাষ্ট্ৰই অহাবৰ্ষত অনুষ্ঠিত হ'বলগা ১৯ বছৰ অনুৰ্ধ পুৰুষৰ বিশ্বকাপৰ মূল পর্বত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। জর্জিয়াৰ ৰাইডেলত চলি থকা যোগ্যতা নির্নয়কাৰী খেলসমূহত অধিনায়ক অর্জুন মাহেশৰ নেতৃত্বত শক্তিশালী প্ৰদৰ্শনেৰে আমেৰিকাই কানাডা, বার্মুডা, আৰু আর্জেন্টিনাক পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্য...

August 16, 2025 5:58 PM

views 46

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উত্তৰ গুৱাহাটীত আজি দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই একাডেমী দুখনৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আহিব। ড০ শৰ্মাই কয় যে বিশ্বমানৰ খেলুৱ...

August 13, 2025 9:59 PM

views 39

কমনৱেলথ গেমছ ২০৩০ আয়োজনৰ বাবে ভাৰতৰ নিবিদাত ভাৰতীয় অলিম্পিক সন্থাৰ অনুমোদন

দিল্লীত আয়োজিত বিশেষ সাধাৰণ বৈঠকত ভাৰতীয় অলিম্পিক সন্থাই আজি কমনৱেলথ গেমছ ২০৩০ৰ আয়োজনৰ বাবে ভাৰতৰ নিবিদাত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। ভাৰতে এতিয়া ৩১ আগষ্টৰ সময়সীমাৰ পূৰ্বে অন্তিম নিবিদাৰ বাবে ইয়াৰ প্ৰস্তাৱ দাখিল কৰিব। ২০৩০ চনত কমনৱেলথ গেমছৰ ২০ বছৰ সম্পূৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতত ২০১০ চনত প...

August 13, 2025 9:32 PM

views 28

উত্তৰ প্ৰদেশত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত অসমৰ এটা সোণসহ ৭টা পদক অর্জন

অসমে উত্তৰ প্ৰদেশত অনুষ্ঠিত ল'ৰা আৰু ছোৱালীৰ ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ৭ টা পদক অর্জন কৰিছে। আজি সামৰণি পৰা এই প্ৰতিযোগিতাৰ ৩৭ৰ পৰা ৪০ কিলোগ্রাম ওজন শাখাত প্ৰিয়াক্ষী গগৈয়ে তামিলনাডুৰ এছ সাৰথ তামিলক ৫–০ পইণ্টত পৰাভূত কৰি সোণ...

August 13, 2025 12:18 PM

views 46

অহা ১৯ আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক সংস্কৰণ

দিল্লীত অহা ১৯ আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ তিনিটা শাখাত ১০৬ টা দলে অংশ ল’ব। ১৭ বছৰ অনুৰ্ধ ল’ৰা, ১৭ বছৰ অনুৰ্ধ ছোৱালী আৰু চাব-জুনিয়ৰ শাখাত খেলসমূহ অনুষ্ঠিত হ’ব। ২৫ ছেপ্টেম্বৰলৈ দিল্লী আৰু বেংগালুৰুত চলিবলগীয়া এই প্ৰতিযোগিতা...

August 12, 2025 8:58 PM

views 39

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অইল আইটা চুপাৰ চিৰিজ

গুৱাহাটীৰ চচল টেনিচ প্ৰকল্পত সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত চলি থকা অইল আইটা চুপাৰ চিৰিজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিচ প্রতিযোগিতাৰ আজি চাৰিওটা শাখাৰে একক প্রি-কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহ অনুষ্ঠিত হয়। ১৪ বছৰ অনূর্ধ শাখাত অসমৰ ছগৰাকী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৬ বছৰ অনুৰ্ধৰ একক শাখাত অসমৰ পাৰ্...

August 12, 2025 12:59 PM

views 41

চীনত অনুষ্ঠিত বিশ্ব গেমছত ৫২ কিলোগ্রাম শাখাৰ ফাইনেলত আজি ভাৰতৰ নম্রতা বাট্টা চীনৰ মেংয়ুৱে চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছ ২০২৫ত ৫২ কিলোগ্রাম শাখাৰ ফাইনেলত আজি সন্ধিয়া ভাৰতৰ নম্রতা বাট্টাই চীনৰ মেংয়ুৱে চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৫ বজাত আৰম্ভ হ'ব। নম্ৰতাই কালি ফিলিপিনছৰ ক্ৰিজান ফেইথ কোল্লাদক ২-০ ফলাফলত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই জয়ৰ লগে লগে ভাৰত...

August 12, 2025 12:47 PM

views 29

বেংককত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰিতিকাৰ সোণৰ পদক

১৯ আৰু ২২ বছৰ অনূৰ্ধ্ব এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৮০ কিলোগ্রাম ঊৰ্ধ্বৰ শাখাত ৰিতিকাৰ সোণৰ পদক জয়েৰে ভাৰতে সফলতাৰে নিজৰ অভিযান সামৰিছে। বেংককত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে দুয়োটা বয়সৰ শাখাতে মুঠ ২৭টা পদক অৰ্জন কৰে। ১৯ বছৰ অনূৰ্ধ্ব দলটোৱে তিনিটা সোণ, ৭টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ১৪টা প...