খেল

August 11, 2025 9:23 PM

views 40

চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছত ভাৰতৰ মহিলা উশ্বু খেলুৱৈ নম্রতা বাট্টা ফাইনেল

চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছ ২০২৫ত ভাৰতৰ মহিলা উশ্বু খেলুৱৈ নম্রতা বাট্টাই ৫২ কিলোগ্রাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিছে। নম্ৰতাই ফিলিপিনছৰ ক্ৰিজান ফেইথ কোল্লাদ'ক ২-০ ফলাফলত পৰাস্ত কৰি বিশ্ব গেমছৰ উশ্বুত ভাৰতৰ বাবে পোনপ্ৰথমটো পদক নিশ্চিত কৰে। এই জয়ৰ লগে লগে নম্রতাই ৰূপৰ পদক লাভ কৰাটো খ...

August 11, 2025 12:14 PM

views 52

গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতা

● সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। আজি একক শাখাৰ খেল অনুষ্ঠিত হ'ব। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতে আঠ গৰাক...

August 9, 2025 11:09 PM

views 54

ডুৰাণ্ড কাপ ফুটবলত পাঞ্জাব এফ চিক ১-০ গ’লত পৰাস্ত বড়োলেণ্ড এফ চিৰ

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেল অসমৰ বড়োলেণ্ড এফ চিয়ে পাঞ্জাব এফ চিক ১-০ গ'লত পৰাস্ত কৰি বৃহৎ অঘটন ঘটায়। খেলখনৰ ৬৯ মিনিটত কৰ্ণাৰ কিকৰ বল হেডেৰে ৰবিনচনে নির্ণায়ক গ'লটো দিয়ে। বড়োলেণ্ড এফ চিয়ে এই জয়েৰে প্ৰতি...

August 9, 2025 11:07 PM

views 39

গুৱাহাটীৰ হ’বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ৰ সূচী ঘোষণা

বিশ্ব বেডমিণ্টন ফেডাৰেচনে অহা ৬ৰ পৰা ১১ অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ সাধন কেন্দ্ৰত হ'বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ৰ সূচী ঘোষণা কৰিছে । সুহান্দিনাটা কাপ Mixed Team Event হিচাপে পৰিচিত এই প্ৰতিযোগিতাত মুঠ ৩৭ খন দেশে দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিযোগিত...

August 9, 2025 11:04 PM

views 38

৫১ সংখ্যৰ জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতাত ১০টা পদকেৰে অসমৰ সপ্তম স্থান

অসমে ৫১ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জল ক্রীড়া প্রতিযোগিতাত ১০ টা পদকেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সপ্তম স্থান লাভ কৰিছে। এই প্রতিযোগিতাত অসমৰ তীৰ্থাংক পেগুৱে ল'ৰাৰ গ্ৰুপ ৱানৰ ২০০ মিটাৰ বাটাৰফ্লাইত আৰু প্ৰয়াস গগৈয়ে ল'ৰাৰ গ্ৰুপ টুৰ ৫০ মিটাৰ FREE STYLE শিতানত সোণৰ পদক লাভ কৰিছে। জ্ঞানদীপ বৰগোহাঁয়ে ল'ৰাৰ গ্...

August 9, 2025 11:53 AM

views 48

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেডৰ শ্বিলং লাজং দলক ২-১ৰ ব্যৱধানত পৰাস্ত

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত কালি নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলং লাজং দলক ২-১ৰ ব্যাৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধতে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ১-০ৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ দ্বিতীয়াৰ্ধত শ্বিলং লাজঙে ৮১ মিনিটত এটা গল দি সমতা...

August 9, 2025 11:51 AM

views 43

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ১০ জন ভাৰতীয়ৰ ফাইনেলত প্ৰৱেশ

বেংককত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত সাত গৰাকী মহিলাকে ধৰি মুঠ ১০ জন ভাৰতীয় বক্সাৰে কালি নিজ নিজ শাখাত ছেমিফাইনেলত জয়লাভ কৰাৰ পাছত সোণৰ পদকৰ বাবে অৱতীৰ্ণ হ’ব। মহিলা বক্সাৰ নিশাই ৫৪ কিলোগ্ৰাম শাখাত, মচকানে ৫৭ কিলোগ্ৰাম, ভিনিয়ে ৬০ কিলোগ্ৰাম, নিশাই ৬৫ কিলোগ্ৰাম, আৰতী কুমাৰীয়ে ৭৫ ...

August 7, 2025 8:28 PM

views 63

নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুল

গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলে ১৭ বছৰ অনুৰ্ধ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। আজি বিয়লি অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা বেতকুছি হাইস্কুলে শিৱসাগৰক ১-০ গলত পৰাস...

August 7, 2025 12:25 PM

views 64

বিশ্ব গেমছ ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ সাজু ভাৰতৰ ১৮ জনীয়া দলটো

চীনৰ চেংডুত আজিৰে পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব গেমছ ২০২৫ত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১৮ জনীয়া দলটো সাজু হৈছে। ১৯৮১ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বিশ্ব গেমছত অলিম্পিকত অন্তৰ্ভূক্ত নোহোৱা ক্ৰীড়াসমূহ অন্তৰ্ভুক্ত কৰা হয়। এইবাৰৰ সংস্কৰণত ৩৪ বিধ খেলৰ ৬০টা ইভেণ্টত ২৫৩টা পদকৰ বাবে প্...

August 7, 2025 12:12 PM

views 39

আন্তঃৰাষ্ট্ৰীয় উইছল’ মেনিয়াক মেম’ৰিয়েলত মহিলাৰ জেভলিন থ্ৰ’ত ভাৰতৰ অন্নু ৰাণীৰ স্বৰ্ণ পদক লাভ

পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় উইছল’ মেনিয়াক মেম’ৰিয়েলত মহিলাৰ জেভলিন থ্ৰ’ত ভাৰতৰ অন্নু ৰাণীয়ে ৬২ দশমিক ৫-৯ মিটাৰেৰে ছিজনৰ সৰ্বোত্তম প্ৰচেষ্টাৰে স্বৰ্ণ পদক লাভ কৰিছে।  এছিয়ান গেমছৰ ৩২ বছৰীয়া চেম্পিয়নগৰাকীয়ে শক্তিশালী আৰম্ভণি কৰি প্ৰথম প্ৰচেষ্টাত ৬০ দশমিক ৯-৬ মিটাৰ নিক্ষেপেৰে ইতিমধ্যেই জয় নিশ্চিত কৰে। দ্বিত...