খেল

November 11, 2025 7:50 PM

views 96

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ’ব

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অহা ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্রিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে মন্তব্য কৰিছে। বেংগল ক্রিকেট...

November 11, 2025 7:43 PM

views 72

ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিছংত ৭ উইকেটৰ বিনিময়ত ৩৬৭ ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে ১ পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনি...

November 11, 2025 6:21 PM

views 83

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বঃ সৌৰভ গাংগুলী

ভাৰতৰ জাতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ কয়, যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰৰ পৰা ক’লকা...

November 11, 2025 12:58 PM

views 73

ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ লক্ষ্যসেন আৰু এইচ এছ প্রণয়ে জাপানত আজি হ’বলগীয়া কুমাম’ত’ মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত দেশক নেতৃত্ব দিব

ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ লক্ষ্যসেন আৰু এইচ এছ প্রণয়ে জাপানত আজি আৰম্ভ হ'বলগীয়া কুমাম’ত’ মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত দেশক নেতৃত্ব দিব। অলিম্পিক ছেমি ফাইনেলিষ্ট লক্ষ্যই স্থানীয় তাৰকা খেলুৱৈ ক’কি ৱাটানাবেৰ বিৰুদ্ধে আৰু প্ৰণয় মালয়েছিয়াৰ লিয়ং জুন হাওৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব...

November 10, 2025 7:32 PM

views 105

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য হৈছে। আজি তৃতীয় দিনৰ খেলৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত তিনি উইকেটৰ বিনিময়ত ৭৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগতে ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৬০২ ৰানৰ প্ৰত্যুত্তৰত অসমে প্রথম ...

November 9, 2025 7:39 PM

views 75

বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈৰ অংশগ্রহণেৰে গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই কাইলৈৰ পৰা গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্রতিযোগিতা দুখনত ভাৰতৰ লগতে বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। চচলৰ টেনিছ প্রকল্পত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ...

November 9, 2025 7:00 PM

views 61

বাংলাদেশত হ’বলগীয়া এছিয়ান আৰ্ছাৰী ছেম্পিয়নশ্বিপত ভাৰতৰ ১৬ জনীয়া দলে প্রতিদ্বন্দিতা কৰিব

বাংলাদেশৰ ঢাকাত আজিৰে পৰা ১৪ নৱেম্বৰলৈকে হ’বলগীয়া এছিয়ান আৰ্ছাৰী ছেম্পিয়নশ্বিপত ভাৰতৰ ১৬ জনীয়া দলে প্রতিদ্বন্দিতা কৰিব। জ্যোতি সুৰেখা ভেনাম আৰু অভিষেক বাৰ্মাৰ দৰে তাৰকা খেলুৱৈয়ে নিজৰ নিজৰ তৃতীয়টো ব্যক্তিগত খিতাপ লাভৰ লক্ষ্যৰে প্ৰতিযোগিতাত অবতীর্ণ হ'ব। প্রতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড দলক অভিষেক বার্মা ...

November 8, 2025 9:09 PM

views 97

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অন্তিমখন টি-২০ খেল বৰষুণৰ বাবে পৰিত্যক্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। ভাৰতে চাৰি অভাৰ আৰু ৫টা বলত এটাও উইকেট নেহেৰুওৱাকৈ ৫২ ৰান সংগ্ৰহ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। সেই সময়ত শুভমন গীলে ২৯ আৰু অভিষেক শৰ্মাই ২৩ ...

November 8, 2025 12:54 PM

views 117

২০২৮ চনত লছ এঞ্জেলেছত হ’বলগীয়া অলিম্পিক গেমছত পুৰুষ-মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত

২০২৮ চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিক গেমছত পুৰুষ আৰু মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চি এয়ে প্ৰকাশ কৰিছে। প্ৰতিটো শাখাতে ছটাকৈ দল থাকিব। এটা শতিকাৰো অধিক সময়ৰ পাছত ক্ৰীড়াৰ গোলকীয় সম্প্ৰসাৰণৰ দিশত ঐতিহাসিক মাইলৰ খুটি হিচাপে ২৮ খন খেল অন্তৰ্ভুক...

November 8, 2025 12:18 PM

views 72

ব্ৰীছবেনত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইন্সলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰি শৃংখলাটোত ২-১ৰ অগ্ৰগতি লাভ কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।