খেল

November 6, 2025 8:26 PM

views 78

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বিজয়ী ভাৰতীয় মহিলা দলৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত খিতাপ দখল কৰা ভাৰতীয় মহিলা দলৰ সদস্যসকলে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিয়ে দলটোক অভিনন্দন জনাই কয়, যে তেওঁলোকে ইতিহাস ৰচনা কৰিছে আৰু যুৱ প্ৰজন্মৰ বাবে আদর্শ হৈ পৰিছে। তেওঁ কয়, যে ভাৰতীয় মহিলা দলে সমাজৰ বিভিন্...

November 6, 2025 8:25 PM

views 90

অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন

সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন কৰা হৈছে। কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী হর্ষ মলহোত্রাই খেল মহোৎসৱ উদ্বোধন কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রায় ৩০ হাজাৰ প্রতিযোগীয়ে খেল মহোৎসৱত পঞ্জীয়ন কৰিছে। তিনিটা পৰ্যায়ত আয়োজন কৰা এই মহোৎসৱত ভাৰতীয় পৰম্প...

November 6, 2025 7:48 PM

views 79

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুর্থখন খেলত ভাৰতৰ অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি কুইন্সলেণ্ডত অনুষ্ঠিত চতুর্থখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰানহে কৰিবলৈ সমর্থ হয়। দলটোৰ হৈ মিছেল মার্শ্বে সর্বাধিক ৩০ ৰান কৰে।...

November 6, 2025 2:36 PM

views 101

পাঁচখনীয়া টী-২০ৰ চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজ ৰ পাঁচখনীয়া টী-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল কুইন্সলেণ্ডত অনুষ্ঠিত হৈছে। খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শৃংখলাত এতিয়ালৈকে দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে৷

November 6, 2025 12:01 PM

views 110

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ'ভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত প...

November 6, 2025 11:59 AM

views 116

চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবাত ভাৰতৰ ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন’গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত

■ গোৱাত চলি থকা চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবা প্রতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, অৰ্জুন এৰিগেইছি আৰু পেণ্টালা হৰিকৃষ্ণা তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে, দিপ্তায়ন ঘোষে সুন্দৰ খেল প্ৰদৰ্শন কৰি বৰ্তমানৰ বিশ্ব ব্লিট্‌ছ সহ চেম্পিয়ন য়ান নেপমনিয়াচটচ্চিক পৰাস্ত কৰে। ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন'...

November 4, 2025 8:08 PM

views 85

জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাৰ আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ঐতিহাসিক বিশ্বকাপ জয়ৰ পাছত খেলখনত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতৰ জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ কৰিছে। অস্ট্রেলিয়াৰ বিৰুদ্ধে খেলা ছেমি ফাইনেলত শতক অৰ্জন কৰাৰ পাছত জেমিমাই প্ৰথমবাৰৰ বাবে শীৰ্ষৰ ১০ গ...

November 4, 2025 11:54 AM

views 80

মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ

◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন,...

November 3, 2025 9:33 PM

views 80

মহিলা বিশ্বকাপত চেম্পিয়নৰ খিতাপ দখল কৰা ভাৰতীয় দললৈ বি চি চি আইৰ ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা

মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে চেম্পিয়নৰ খিতাপ দখলৰ পাছত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। খেলুৱৈ, প্ৰশিক্ষক, নিৰ্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে বুলি বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। উল্...

November 3, 2025 1:01 PM

views 116

আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰা ভাৰতীয় দলক ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰতীয় দলক আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয়ৰ বাবে অভিনন্দন জনাইছে, এটা বার্তাত শ্রীমতী মুর্মুৱে কয়, যে দলটোবে প্রথমবাৰৰ বাবে মহিলা বিশ্বকাপ ক্রিকেটত বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। খেলুৱৈসকলে তেওঁলোকৰ প্ৰতিভা আৰু প্ৰদৰ্শনৰ যোগ্য ফলাফল লাভ কৰিলে বুলি তেও...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।