খেল

October 28, 2025 8:50 PM

views 89

ভাৰতৰ স্মৃতি মন্ধানাৰ মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ

ভাৰতৰ স্মৃতি মন্ধানাই মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ কৰিছে। মান্ধানাই ৮২৮ পইন্টেৰে এই কীৰ্তিত্ব অর্জন কৰিছে। মান্ধানা দ্বিতীয় স্থানত থকা অস্ট্রেলিয়াৰ এছলে গার্ডেনাৰতকৈ এশ পইন্ট আগবাঢ়ি আছে। মান্ধানাই আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে ১০৯ ...

October 28, 2025 8:26 PM

views 56

গুৱাহাটীত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল

मेरे पास एक अच्छा विकल्प है एक और अधिक पढ़ें ুৱাহাটী বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব. एक और अधिक पढ़ें বিৰুদ্ধে অৱতীৰ্ণ হব. एक और विकल्प चुनें एक और अधिक पढ़ें দৰ্শকৰ মাজত मेरे पास एक अच्छा विकल्प है। एक नया क्रेडिट कार्ड डाउनलोड करें एक और विकल्प चुनें বিঘ্নিত হোৱাৰ एक और अधिक पढ़ें मेरे...

October 28, 2025 11:09 AM

views 113

কাইলৈ গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ লন শ‍ইকীয়াই কালি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছেমি ফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ড...

October 27, 2025 12:16 PM

views 49

ৰাঁচীত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ চেম্পিয়নৰ খিতাপ দখল

ৰাঁচীৰ বীৰচা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰি আঞ্চলিক এথলেটিকত আধিপত্য পুনৰ নিশ্চিত কৰে। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাখনত ভাৰতে ২০টা সোণসহ মুঠ ৫৮টা পদকেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ১৬টা সোণসহ মুঠ ৪০টা পদকেৰে শ্ৰীলংকা দ্বিতী...

October 26, 2025 9:00 PM

views 82

চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ দুটা সোণৰ পদক অর্জন

ভাৰতে চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত দুটা সোণৰ পদক অর্জন কৰিছে। ভাৰতৰ চাইনা মানিমুগ্ধই আজি ছোৱালীৰ ১৫ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত জাপানৰ ছিহাৰু ট'মিতাক ২১-১৪, ২২-২০ গেমত পৰাভূত কৰে। একেদৰে দীক্ষা সুধাকৰে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত ভাৰতৰে আন এগৰাকী...

October 24, 2025 9:23 PM

views 68

কাইলৈ ছিদনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল কাইলৈ ছিদনীত অনুষ্ঠিত হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব। অষ্ট্ৰেলিয়াই ইতিমধ্যে প্রথম দুখন খেলত জয়লাভ কৰি ২-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। শীর্ষ বাছনিপ্রাপ্ত ভাৰতীয় দলটোৱে ৮খন খেলত জয়লাভ কৰাৰ পাছত একেৰাহে দুখন খেলত পৰাজিত হৈছে। এদি...

October 24, 2025 6:21 PM

views 124

এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল’ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল'ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ কৰে। ছোৱালীৰ দলটোৱে ফাইনেলত ইৰাণক ৭৫ ২১ পৰাস্ত কৰে। নেহা পেটেলে ২৮ পইণ্ট সংগ্ৰহ কৰে। একেদৰে ল'ৰাৰ দলটোৱে ফাইনেলত ইৰাণক ৩৫-৩২ ত পৰাস্ত কৰে। এই দুটা স্বর্ণ পদক বিজয়ৰে ভাৰতে পদক তালিকাৰ শীৰ্ষলৈ ন...

October 24, 2025 6:19 PM

views 100

আই চি চি মহিলা বিশ্বকাপত নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য ...

October 24, 2025 12:54 PM

views 49

আজিৰে পৰা ৰাচীৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত দক্ষিণ এছিয় ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ অনুষ্ঠিত

দক্ষিণ এছিয় ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ ছাফ গেমচ আজিৰে পৰা ৰাচীৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আয়োজক দেশ ভাৰতত চতুর্থ সংস্কৰণৰ এই প্ৰতিযোগিতা ১৫ বছৰ বিৰতিৰ মূৰত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ২০০৮ চনত কোচিত এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। তিনিদিনীয়া এই প্রতিযোগিতাখন দক্ষিণ এছিয় এথলেটিক্স ফেদাৰে...

October 24, 2025 12:37 PM

views 122

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত ছেমি ফাইনেলত প্ৰৱেশ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱানিশা নবী মুম্বাইৰ ডি বাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্রথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নির্ধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।