বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল’ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ কৰে। ছোৱালীৰ দলটোৱে ফাইনেলত ইৰাণক ৭৫ ২১ পৰাস্ত কৰে। নেহা পেটেলে ২৮ পইণ্ট সংগ্ৰহ কৰে। একেদৰে ল’ৰাৰ দলটোৱে ফাইনেলত ইৰাণক ৩৫-৩২ ত পৰাস্ত কৰে। এই দুটা স্বর্ণ পদক বিজয়ৰে ভাৰতে পদক তালিকাৰ শীৰ্ষলৈ নিজক উন্নীত কৰিবলৈ সমৰ্থ হৈছে।
Assamese | October 24, 2025 6:21 PM | Akashvani News | Asian Youth Games Bahrain 2025 | SPORTS
এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল’ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ