November 3, 2025 12:44 PM
98
আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ প্রথমটো খিতাপ জয়
নবী মুম্বাইৰ ড০ ডি বাই পাটিল স্প'র্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাজিত কৰি মহিলা বিশ্বকাপত প্রথমটো খিতাপ জয় কৰে। দক্ষিণ আফ্রিকাই ২৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৫ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৬ ৰানহে...